26 February, 2024
ছুটি বিচাৰি আবেদন

অর্ধ ছুটি বিচাৰি আবেদন : আবেদন পত্ৰ লিখাৰ নিয়ম

বন্ধুসকল আজি আমি আলোচনা কৰিম আৰু শিকিম কেনেকৈ হেড মাষ্টাৰলৈ ক্লাছ টিচাৰৰ জৰিয়তে অর্ধ ছুটি ৰ বাবে এপ্লিকেচন লিখিব পাৰি:

প্ৰতি,

মাননীয় প্ৰধান শিক্ষক

………………….……… বিদ্যালয় (বিদ্যালয় নাম)

তাৰিখ :……………

বিষয় : ছুটি বিচাৰি আবেদন

(শ্ৰেণী শিক্ষকৰ জৰিয়তে)

মহাশয়,

বিনতী পূৰ্বক নিবেদন এই যে মই যোৱা ——————- তাৰিখৰ পৰা —————- তাৰিখলৈ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলো ৷ কিয়নো উক্ত দিন কেইটাত মই জ্বৰত ভুগিব লগা হৈছিল ৷

গতিকে দয়ালু মহোদয়ে উক্ত দিন কেইটিৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন ৷ এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা ৷

অভিভাকৰ চহী

———-

ইতি –

আপোনাৰ একান্ত বাধ্য ছাত্ৰ

নাম : ———-

শ্ৰেণী ——-

ৰোল নং ——

অর্ধ ছুটি বিচাৰি আবেদন

প্ৰতি,


    মাননীয় প্ৰধান শিক্ষক মহোদয়।
    বিদ্যালয় (বিদ্যালয় নাম)

বিষয় : ছুটি বিচাৰি দৰ্খাস্ত।

(শ্ৰেণী শিক্ষকৰ জৰিয়তে)

মহাশয়,

    সম্মান সহকাৰে মহোদয়ক জনাওঁ যে, মোৰ (বেমাৰৰ নাম) হোৱাৰ বাবে মই শ্ৰেণীত উপস্থিত থাকিবৰ বাবে অসমৰ্থ হৈছোঁ।

    গতিকে, দয়ালু মহোদয়ে দয়া কৰি দুই বা চাৰি পিয়দৰ পিছত মোৰ ছুটি মঞ্জুৰ কৰে যেন।

    এইয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা।

                                             ইতি,
                            আপোনাৰ একান্ত বাধ্য ছাত্ৰ
                      (নিজৰ নাম, শ্ৰেণী, শাখা, ৰোলনং)

অর্ধ ছুটি বিচাৰি আবেদন

বিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন – আবেদন পত্ৰ লিখাৰ নিয়ম

শিশুলীলা কবিতাৰ মূলভাব লিখা – শিশু লীলা প্ৰশ্ন উত্তৰ Class 9

অসমীয়া ৰচনা মোৰ প্ৰিয় গ্ৰন্থ “মিৰি জীয়ৰী”

Biswa Bijoy Najuwan Lyrics

3 thoughts on “অর্ধ ছুটি বিচাৰি আবেদন : আবেদন পত্ৰ লিখাৰ নিয়ম

Leave a Reply

Your email address will not be published. Required fields are marked *