প্ৰধান শিক্ষকলৈ আবেদন
Table of Contents
ছুটি বিচাৰি আবেদন:
মাননীয়,
প্রধান শিক্ষক মহোদয়
(তোমাৰ স্কুলৰ নাম) সমিপেষু ।
তাৰিখ:__________
বিষয়: ছুটি মঞ্জুৰীৰ বাবে আবেদন।
মহোদয়,
বিনীত নিবেদন এই যে মই যোৱা ০১/১১/ ২০২২ তাৰিখৰ পৰা ০৪/১১/২০২২ তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ। কাৰণ মই জ্বৰত ভুগি আছিলোঁ।
গতিকে মহোদয়ে যেন উক্ত দিনবোৰৰ বাবে ছুটি মঞ্জুৰ কষি বাধিত কৰে। ধন্যবাদ
ইতি,
আপোনাৰ একান্ত বাধ্য ছাত্র,
তোমাৰ নামঃ
শ্ৰেণী:
ক্রমিক নংঃ
- বিধায়ক লৈ আবেদন [Assamese Application For 2024]
- চৰকাৰী ঘৰ বিচাৰি আবেদন পত্ৰ: Assamese Application For 2024
- অর্ধ ছুটি বিচাৰি আবেদন
- বিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন
- অসমৰ প্ৰাকৃতিক দুৰ্যোগ ৰচনা : অসমীয়া ৰচনা
Subscribe Our Youtube Channel: Check it Now