22 July, 2024
প্ৰধান শিক্ষকলৈ আবেদন, ছুটী বিচাৰি আবেদন

প্ৰধান শিক্ষকলৈ আবেদন [Assamese Application 2024]

প্ৰধান শিক্ষকলৈ আবেদন

প্ৰধান শিক্ষকলৈ আবেদন

ছুটি বিচাৰি আবেদন:


মাননীয়,

প্রধান শিক্ষক মহোদয়

(তোমাৰ স্কুলৰ নাম) সমিপেষু ।

তাৰিখ:__________

বিষয়: ছুটি মঞ্জুৰীৰ বাবে আবেদন।

মহোদয়,
বিনীত নিবেদন এই যে মই যোৱা ০১/১১/ ২০২২ তাৰিখৰ পৰা ০৪/১১/২০২২ তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ। কাৰণ মই জ্বৰত ভুগি আছিলোঁ।
গতিকে মহোদয়ে যেন উক্ত দিনবোৰৰ বাবে ছুটি মঞ্জুৰ কষি বাধিত কৰে। ধন্যবাদ

ইতি,

আপোনাৰ একান্ত বাধ্য ছাত্র,

তোমাৰ নামঃ

শ্ৰেণী:

ক্রমিক নংঃ


Subscribe Our Youtube Channel: Check it Now

Leave a Reply

Your email address will not be published. Required fields are marked *