3 June, 2024
বিশেষণ পদ কাক বোলে / বিশেষণ পদ কাক বোলে উদাহৰণ দিয়া

বিশেষণ পদ কাক বোলে উদাহৰণ দিয়া

Q: বিশেষণ পদ কাক বোলে উদাহৰণ দিয়া

Ans: যি পদে বিশেষণ বা আন এটা শব্দৰ দূখ, গুণ, অৱস্থা, সংখ্যা, পৰিমাণ আদি প্ৰকাশ কৰে তেনে শব্দক বিশেষণ পদ বোলে।

  • ৰাম এজন ভাল ল’ৰা,
  • ৰেলৰ গতি বেছি,
  • বিষ্ণু শ্ৰেণীত উপস্থিত নাই …
বিশেষণ পদ কাক বোলে উদাহৰণ দিয়া , বিশেষণ পদ কাক বোলে

বিশেষণ পদৰ সংজ্ঞাৰ

বাক্যৰ কোনো শব্দই যদি সেই বাক্যত থকা বিশেষ্য বা সৰ্বনামৰ গুণ, দোষ, সংখ্যা, পৰিমাপ প্ৰকাশ কৰে, তেন্তে তাক বিশেষণ বোলা হয়। যেনে: সুস্থ শৰীৰক কোনে ভাল নাপায়?

বিভক্তি কাক বোলে ?

বিশেষণ পদৰ ভাগ

বিশেষণক মূলতঃ দুটা ভাগত বিভক্ত কৰা হয় – বিশেষ্য আৰু বিভক্তি

বিশেষ্য:

যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, গুণ, অৱস্থা, কাৰ্য্য আদিৰ নাম পোনপটীয়াকৈ বুজায় তাকেই বিশেষ্য পদ বোলে

বিভক্তি:

প্রকৃতি অর্থাৎ প্রাতিপাদিক আৰু ধাতুৰ পিছত যিবােৰ চিন যােগ কৰি পদ গঠন কৰা হয় আৰু বাক্যত পদবােৰৰ স্থান নির্ণিত হয়, সেই চিনবােৰকেই বিভক্তি বুলি কোৱা হয়।

বিশেষ্য পদ কাক বোলে ?

যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, গুণ, অৱস্থা, কাৰ্য্য আদিৰ নাম পোনপটীয়াকৈ বুজায় তাকেই বিশেষ্য পদ বোলে

বিশেষণ পদ কাক বোলে ?

বিশেষণ পদ কাক বোলে / বিশেষণ পদ কাক বোলে উদাহৰণ দিয়া

যি পদে বিশেষণ বা আন এটা শব্দৰ দূখ, গুণ, অৱস্থা, সংখ্যা, পৰিমাণ আদি প্ৰকাশ কৰে তেনে শব্দক বিশেষণ পদ বোলে।

পদ কাক বোলে ?

কোনো বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দই একো একোটা পদ বোলে।

3 thoughts on “বিশেষণ পদ কাক বোলে উদাহৰণ দিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *