Q: বিশেষণ পদ কাক বোলে উদাহৰণ দিয়া
Ans: যি পদে বিশেষণ বা আন এটা শব্দৰ দূখ, গুণ, অৱস্থা, সংখ্যা, পৰিমাণ আদি প্ৰকাশ কৰে তেনে শব্দক বিশেষণ পদ বোলে।
- ৰাম এজন ভাল ল’ৰা,
- ৰেলৰ গতি বেছি,
- বিষ্ণু শ্ৰেণীত উপস্থিত নাই …
Table of Contents
বিশেষণ পদৰ সংজ্ঞাৰ
বাক্যৰ কোনো শব্দই যদি সেই বাক্যত থকা বিশেষ্য বা সৰ্বনামৰ গুণ, দোষ, সংখ্যা, পৰিমাপ প্ৰকাশ কৰে, তেন্তে তাক বিশেষণ বোলা হয়। যেনে: সুস্থ শৰীৰক কোনে ভাল নাপায়?
বিশেষণ পদৰ ভাগ
বিশেষণক মূলতঃ দুটা ভাগত বিভক্ত কৰা হয় – বিশেষ্য আৰু বিভক্তি।
বিশেষ্য:
যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, গুণ, অৱস্থা, কাৰ্য্য আদিৰ নাম পোনপটীয়াকৈ বুজায় তাকেই বিশেষ্য পদ বোলে।
বিভক্তি:
প্রকৃতি অর্থাৎ প্রাতিপাদিক আৰু ধাতুৰ পিছত যিবােৰ চিন যােগ কৰি পদ গঠন কৰা হয় আৰু বাক্যত পদবােৰৰ স্থান নির্ণিত হয়, সেই চিনবােৰকেই বিভক্তি বুলি কোৱা হয়।
বিশেষ্য পদ কাক বোলে ?
যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, গুণ, অৱস্থা, কাৰ্য্য আদিৰ নাম পোনপটীয়াকৈ বুজায় তাকেই বিশেষ্য পদ বোলে।
বিশেষণ পদ কাক বোলে ?
যি পদে বিশেষণ বা আন এটা শব্দৰ দূখ, গুণ, অৱস্থা, সংখ্যা, পৰিমাণ আদি প্ৰকাশ কৰে তেনে শব্দক বিশেষণ পদ বোলে।
পদ কাক বোলে ?
কোনো বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দই একো একোটা পদ বোলে।
3 thoughts on “বিশেষণ পদ কাক বোলে উদাহৰণ দিয়া”