22 July, 2024

অসমীয়া চুটি কবিতা সংগ্ৰহ [Assamese Short Poem]

অসমীয়া চুটি কবিতা নিলোৎপল নেওগ সাতুৰি নাদুৰি অতিক্ৰম কৰিছোজীৱনৰ বৰ লুইতখন;নাজানো ,কিমান গভীৰ এই জীৱন সমূদ্ৰ ।কেতিয়াবা নিৰুত্তৰ হৈ ৰওএকোটা প্ৰশ্নবাণত,স্থবিৰ হৈ পৰে মোৰ ভাৱনাৰ

পুৰণি অসমীয়া কবিতা: Old Assamese Poem #5

প্ৰকৃত অসমীয়া ভাষাৰ নিদৰ্শন চতুৰ্দশ শতিকাত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’হে পোৱা যায়। কিন্তু তাৰ অৰ্থ এইটো নহয় যে, ইয়াৰ আগৰ পৰ্যায়ত অসমীয়া ভাষাত কোনো

অসমীয়া ৰোমাণ্টিক কবিতা : মোৰ সংগী

অসমীয়া ৰোমাণ্টিক কবিতা কবি: Manash Haloi মোৰ সংগী তুমি মোৰ সংগী হবানে? মই নাজানো তুমি মোৰ সংগী সচাঁকৈ হবানে নোহোৱা মই ভাবো তুমি মোৰ সংগী