12 January, 2026

গাজৰ (Carrot)*উপকাৰিতা *কৃষি *ঔষধি গুণ

সম্পূৰ্ণ বিৱৰণ : গাজৰ হৈছে মুল্য (Radish) ৰ দৰে এবিধ শাকজাতীয় উদ্ভিদ। ই একবৰ্ষী উদ্ভিদ। শীতকাল ইয়াৰ কৃষিৰ বাবে উপযোগী। অৱশ্যে বহু যতনেৰে অন্য সময়তো …