7 October, 2024

হাত দীঘল বাক্য ৰচনা কৰা 100% Correct

হাত দীঘল ৰ অর্থ কি? হাত দীঘল বাক্য ৰচনা হৈছে অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত এটা জতুৱা ঠাঁচ, যিটোৰ অৰ্থ হৈছে শক্তিশালী, প্ৰতাপী, প্ৰভাৱশালী অথবা ক্ষমতাশালী। জতুৱা ঠাঁচ মানে কি?

আকাশত চাং পতা বাক্য ৰচনা কৰা 100% correct

আকাশত চাং পতা বাক্য ৰচনা হৈছে অসমীয়া জতুৱা ঠাঁচ, যিটোৰ অসমীয়া অৰ্থ হৈছে ক্ৰি, খুঁটা নোহোৱকৈ চাং পতা, অথবা মূল সঁজুলি নোহোৱাকৈ কোনো বিষয়ৰ আলোচনা কৰা।