30 September, 2024

মুদ্রাস্ফীতি কি ? in Assamese

Q: মুদ্রাস্ফীতি কি ? Ans: অৰ্থনীতিত মুদ্ৰাস্ফীতি (inflation) বুলি ক’লে একেলেথাৰিয়ে সামগ্ৰী আৰু সেৱাৰ সাধাৰণ মুল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্ৰাস্ফীতি হ’লে বস্তুৰ মূল্য বৃদ্ধি পায়