11 September, 2024
Vowel কাক বোলে

Vowel কাক বোলে ?

Q: vowel কাক বোলে ?

Ans: Vowel(স্বৰবৰ্ণ): যিবোৰ আখৰ আন আখৰৰ সহায় অবিহনে নিজে উচ্চাৰণ কৰিব পাৰি, সেইবোৰক Vowel(স্বৰবৰ্ণ) বোলা হয়।

Vowel(স্বৰবৰ্ণ) ৫ টা – A, E, I, O, U

এই আখৰবোৰ উচ্চাৰণ কৰিবলৈ আন কোনো আখৰৰ সহায়ৰ প্ৰয়োজন নহয়।

স্বৰধ্বনি কাক বোলে ?


ইংৰাজী বৰ্ণমালাক দুটা ভাগত ভাগ কৰিব পাৰি। সেইদুটা হৈছে:

  • Vowel ( স্বৰবর্ণ )
  • Consonant ( ব্যঞ্জ্যনবর্ণ )

👉🏿 More Assamese Q&A 👈🏿


One thought on “Vowel কাক বোলে ?

Leave a Reply

Your email address will not be published. Required fields are marked *