12 September, 2024
বিধায়ক লৈ আবেদন [Assamese Application for 2024], সাহায্য বিচাৰি আবেদন

বিধায়ক লৈ আবেদন [Assamese Application for 2024]

বিধায়ক লৈ আবেদন [Assamese Application for 2024]
Assamese Application To The MLA]

প্রতি,

তাং_______

মাননীয় বিধায়ক মহোদয়

(বিধনসভা সমষ্টি নাম)

বিষয়ঃ আৰ্থিক সাহাৰ্য্য বিচাৰি আবেদন (আপোনাৰ আবেদন অনুসৰি)

মহাশয়,

সন্মানসহকাৰে আপোনাক জনাওঁ যে মই (আপোনাৰ নাম) আপোনাৰ সমষ্টিৰ (গাওঁ পঞ্চায়তৰ নাম), গাওঁৰ নাম এগৰাকী নিবাসীমহোদয়ক জনাওঁ যে যোৱা ________ মাহৰ পৰা মোৰ মাঁ __________ ৰোগত ভুগি আছে। চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক অস্ত্ৰোপ্ৰচাৰৰ বাবে যথেষ্ট টকাৰ দৰকাৰ। যিটো মোৰ বা আমাৰ পৰিয়ালৰ বাবে সম্ভৱ নহয়।

গতিকে মহোদয়ে দয়া কৰি আমাক এটি আৰ্থিক সাহাৰ্য্য আগবঢ়াই সহায় কৰে যেন।

ইতি
আপোনাৰ বিশ্বাসী
(আপোনাৰ নাম)


প্রতি,

তাং_______

মাননীয় বিধায়ক মহোদয়

(বিধনসভা সমষ্টি নাম)

বিষয়ঃ অংগনবাদী কেন্দ্ৰৰ বাবে আবেদন(আপোনাৰ আবেদন অনুসৰি)

মহাশয়,
সন্মানসহকাৰে আপোনাক জনাওঁ যে, আমি আপোনাৰ সমষ্টিৰ অন্তৰ্গত গাওঁৰ নাম গাঁওৰ নিবাসী।
আমাৰ অঞ্চলত বর্তমান অংগনবাদী কেন্দ্র নোহোৱাৰ ফলত আমি প্রাথমিক স্বাস্থ্য সেৱাৰ পৰা বিৰত আছোঁ। যি গৰ্ভৱতী মহিলাৰ উপৰিও শিশুসকলৰ বাবে অতিকৈ জৰুৰী।

গতিকে, দয়ালু মহোদয়ে আমাৰ অঞ্চলত এখন অংকনবাদী কেন্দ্র উপস্থাপন কৰি আমাক কৃতাৰ্থ কৰে যেন । আশা কৰিছো মহোদয়ে অতি সোনকালে যথোপযোগী ব্যৱস্থা গ্ৰহণ কৰিব । ধন্যবাদ।

গাঁওবাসীৰ হৈ-

1.

2.

3.

4.

5.


More Assamese Applications:

Follow Us On FB

2 thoughts on “বিধায়ক লৈ আবেদন [Assamese Application for 2024]

Leave a Reply

Your email address will not be published. Required fields are marked *