20 May, 2024
অসমীয়া ৰোমান্টিক কবিতাৰ লক্ষণ

অসমীয়া ৰোমান্টিক কবিতাৰ লক্ষণ

অসমীয়া ৰোমান্টিক কবিতাৰ লক্ষণ হল:

(১) প্রকৃতি-প্রীতি।
(২) কল্পনা-প্রীতি।
(৩) অতীত প্রীতি।
(৪) প্ৰেম আৰু সৌন্দর্যপ্রীতি।
(৫) আত্মমুক্তিৰ প্ৰচেষ্টা।
(৬) ব্যক্তিসত্তাৰ প্ৰাধান্য।
(৭) বিস্ময়পূর্ণ দৃষ্টি।
৮) উদাৰ মনোভাৱ৷
৯) প্ৰিয়াৰ ৰূপ দর্শন।
(১০) বাস্তৱ বিমুখতা।
১১) ভৱিষ্যতৰ কল্পনা।
১২) অতীন্দ্রিয়বাদ।
(১৩) সৃষ্টিৰ ৰহস্যভেদৰ বৌদ্ধিক প্রচেষ্টা।


One thought on “অসমীয়া ৰোমান্টিক কবিতাৰ লক্ষণ

Leave a Reply

Your email address will not be published. Required fields are marked *