2 March, 2026

অসমীয়া প্ৰাৰ্থনা : কিমতে ভকতি

কিমতে ভকতি কিমতে ভকতি কৰিবো তোমাত হৰি এমঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম-ৰাম |মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এআমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম ||৭৯০তোমাৰ …