30 March, 2026

স্বৰধ্বনি কাক বোলে ?

Q: স্বৰধ্বনি কাক বোলে ? Ans: যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। অথবা যিবিলাক ধ্বনি উচ্চাৰণ …