শাৰীৰিক অসুস্থতাৰ বাবে আবেদন
Table of Contents
প্ৰতি
মাননীয় প্ৰধান শিক্ষক মহোদয়।
_______________বিদ্যালয়ৰ নাম
বিষয় : শাৰীৰিক অসুস্থতাৰ বাবে ছুটি বিচাৰি আবেদন।
মহাশয়,
সম্মান সহকাৰে মহোদয়ক জনাওঁ যে, মোৰ (বেমাৰৰ নাম) হোৱাৰ বাবে মই শ্ৰেণীত উপস্থিত থাকিবৰ বাবে অসমৰ্থ হৈছোঁ।
গতিকে, দয়ালু মহোদয়ে দয়া কৰি দুই বা চাৰি পিয়দৰ পিছত মোৰ ছুটি মঞ্জুৰ কৰে যেন।
এইয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা।
ইতি,
আপোনাৰ একান্ত বাধ্য ছাত্ৰ
নিজৰ নাম:_______________
শ্ৰেণী:______________
শাখা:______________
ৰোলনং:___________