9 December, 2024
সংস্কৃতিৰ বৈশিষ্ট্য সমূহ

সংস্কৃতিৰ বৈশিষ্ট্য সমূহ

সংস্কৃতিৰ বৈশিষ্ট্য সমূহ

সংস্কৃতিৰ বৈশিষ্ট্য সমূহ

লোকসংস্কৃতিৰ এজন গৱেষক হাস্কোভিটৱে সংস্কৃতিৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰিছে—

  1. মানৱ অভিজ্ঞতাত সংস্কৃতি বিশ্বজনীন, তদুপৰি ইয়াৰ স্থানীয় আৰু আঞ্চলিক ৰূপ লক্ষ্য কৰা যায়। এই স্থানীয় বা আঞ্চলিক ৰূপৰ মাজেদিয়ে সংস্কৃতিৰ বিশ্বজনীন বৈশিষ্ট্য প্ৰকাশ পায়।
  2. সংস্কৃতি স্থবিৰ অথচ ই গতিশীল, অবিচ্ছিন্ন আৰু অবিৰত পৰিৱৰ্তন ইয়াত স্পষ্ট। বিশেষকৈ জনসাধাৰণৰ জীৱন-পদ্ধতি, যেনে— খোৱা-লোৱা, পিন্ধা-উৰা, ধৰণ-কৰণ আদিত সাংস্কৃতিক পৰিৱৰ্তনৰ স্পষ্ট আভাস পোৱা যায়।
  3. সংস্কৃতিয়ে আমাৰ জীৱনৰ গতি নিৰ্ধাৰণ কৰে আৰু ইয়াৰ পৰিপুষ্টিত সমল যোগালে কেতিয়াবাহে ই আমাৰ সচেতন ভাব চিন্তাত প্ৰৱেশ লাভ কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *