30 March, 2026

সপ্তমী বিভক্তি : অসমীয়া ব্যাকৰণৰ প্ৰশ্নোত্তৰ

সপ্তমী বিভক্তি সপ্তমী বিভক্তি হ’ল – ত সপ্তমী বিভক্তি অধিকৰণ কাৰকত সিদ্ধ হয়। যেনে- পুখুৰীত মাছ থাকে। সপ্তমী বিভক্তিৰ উদাহৰণ: FAQs

বিভক্তি কাক বোলে ?

বাক্য গঠনত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে।[বিভক্তি কাক বোলে ?] বিভক্তি কাক বোলে ? প্রকৃতি অর্থাৎ প্রাতিপাদিক আৰু ধাতুৰ পিছত যিবােৰ চিন যােগ …