20 May, 2024
সপ্তমী বিভক্তি অসমীয়া ব্যাকৰণৰ প্ৰশ্নোত্তৰ

সপ্তমী বিভক্তি : অসমীয়া ব্যাকৰণৰ প্ৰশ্নোত্তৰ

সপ্তমী বিভক্তি

সপ্তমী বিভক্তি অসমীয়া

সপ্তমী বিভক্তি হ’ল – ত

সপ্তমী বিভক্তি অধিকৰণ কাৰকত সিদ্ধ হয়। যেনে- পুখুৰীত মাছ থাকে।

সপ্তমী বিভক্তিৰ উদাহৰণ:

  • তাইত—সিহঁতত
  • তোমাত—তোমালোকত
  • মোত—আমাত
  • ল’ৰাত—ল’ৰাবোৰত

💁‍♀️অসমীয়া ব্যাকৰণৰ প্ৰশ্নোত্তৰ🤷


FAQs

শব্দ বিভক্তি কাক বোলে?

বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তিক শব্দ বিভক্তি বোলে।

ক্ৰিয়া বিভক্তি কাক বোলে?

ধাতু (ক্ৰিয়াৰ মূল) ৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্ৰিয়া বিভক্তি বোলে। ক্ৰিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়।

শব্দ বিভক্তি কাক বোলে?

মনৰ ভাব প্ৰকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্ৰাতিপদিকৰ পিছত কিছুমান চিন (বর্ণ বা বর্ণ সমষ্টি) যোগ কৰি পদ কৰা হয়। সেই চিনবোৰকেই শব্দ-বিভক্তি বোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *