6 May, 2024
প্ৰত্যয় কাক বোলে

প্ৰত্যয় কাক বোলে ?

Q: প্ৰত্যয় কাক বোলে ?

Ans: প্রকৃতি বা মূলৰ লগত যিবোৰ বর্ণ বা বর্ণসমষ্টি যোগ হৈ নতুন নতুন অর্থ যুক্ত শব্দৰ সৃষ্টি কৰে, তাকেই প্ৰত্যয় বোলে। যেনেঃ ফুল + অনি = ফুলনি। চুৰ + অনী = চুৰুনী।

প্ৰত্যয় কাক বোলে
প্ৰত্যয় কাক বোলে ?

or


কোনো মূল শব্দৰ শেষত একৰ পৰা চাৰিটা আখৰ যোগ কৰা সৰু শব্দক প্ৰত্যয় বুলি কোৱা হয়। উপসৰ্গৰ দৰে প্ৰত্যয়যুক্ত শব্দটোও মূল ক্ৰিয়াৰ লগত তুলনা কৰিলে অলপ সলনি অৰ্থ হয়। নতুন শব্দৰ ক্ৰিয়া মূল শব্দৰ ক্ৰিয়াতকৈ পৃথক।

পুৰণি অসমীয়া কবিতা

প্ৰত্যয় কাক বোলে ইয়াৰ ভাগ কেইটা আৰু কি কি ?

প্রকৃতি বা মূলৰ লগত যিবোৰ বর্ণ বা বর্ণসমষ্টি যোগ হৈ নতুন নতুন অর্থ যুক্ত শব্দৰ সৃষ্টি কৰে, তাকেই প্ৰত্যয় বোলে।

অসমীয়া ভাষাত প্ৰত্যয় চাৰিবিধ।
(ক) কৃৎ প্ৰত্যয়।
(খ) তদ্ধিত প্ৰত্যয়।
(গ) স্ত্রী প্ৰত্যয়।
(ঘ) বিভক্তি বাচক প্ৰত্যয়।

পুৰণি অসমীয়া কবিতা

কৃৎ প্ৰত্যয় কাক বোলে ?

কৃৎ প্রত্যয়ঃ ধাতু বা ক্রিয়াৰ মূলৰ লগত যিবোৰ প্রত্যয় যোগ হৈ নতুন পদ গঠন হয়, তাকেই কৃৎ প্ৰত্যয় বোলে।
যেনেঃ লিখ্ + অক = লিখক
কৰ্ + ওৱা = কৰোৱা (পাঁচনি ধাতু)

পুৰণি অসমীয়া কবিতা

তদ্ধিত প্ৰত্যয় কাক বোলে ?

তদ্ধিত প্রত্যয়ঃ প্রতিপাদিক বা নাম শব্দৰ পিছত যিবোৰ প্রত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি হয়, তাকেই তদ্ধিত প্ৰত্যয় বোলে। যেনেঃ
দয়া + আলু = দয়ালু
গাঁও + অলীয়া = গাঁৱলীয়া
অসম + ঈয়া = অসমীয়া।

প্ৰত্যয় কাক বোলে ?

স্ত্রী প্ৰত্যয় কাক বোলে ?

স্ত্রী প্ৰত্যয়ঃ নাম শব্দৰ স্ত্রী লিংগ বুজাবলৈ শব্দৰ পিছত যিবোৰ চিন যোগ হয়, তাকেই স্ত্রী প্ৰত্যয় বোলে। যেনেঃ
উকিল + অনী = উকিলনী
ৰান্ধ + অনী = ৰান্ধনী
গাল + পোৰা + ঈ = গালপোৰী

প্ৰত্যয় কাক বোলে ?

বিভক্তিবাচক প্ৰত্যয় কাক বোলে ?

বিভক্তিবাচক প্ৰত্যয়ঃ নাম শব্দ বা ক্ৰিয়া বাচক শব্দৰ লগত যিবোৰ চিন যোগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বোলে। বিভক্তিবোৰকো প্ৰত্যয়ৰ চিন বুলি গণ্য কৰা হয়। যেনেঃ
কৰ্ + আ = কৰা
ফুল + এ = ফুলে

পুৰণি অসমীয়া কবিতা

নিৰ্দিষ্টতাবাচক প্ৰত্যয় কাক বোলে ?

নিৰ্দিষ্টকৈ বুজাবলৈ বিশেষ্য শব্দৰ পিছত কিছুমান প্ৰত্যয় যোগ দিয়া হয়। এইবোৰকেই নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলে। এই প্ৰত্যয়বোৰ বিশেষ্য শব্দৰ উপৰি বিশেষণ, সংখ্যাবাচক শব্দ নাইবা প্ৰথম আৰু দ্বিতীয় পুৰুষৰ বাহিৰে আন কিছুমান সৰ্বনামৰ পাছত যোগ হয়। যেনেঃ মানুহ + টো = মানুহটো, হাত + খন = হাতখন, তিনি + টা = তিনিটা আদি।
অণী – ধৰ + অণী = ধৰণী (কৃৎ বাচ্যত)
অতি – চল্ + অতি = চলতি
ওঁতা – খা + ওঁতা = খাওঁতা

পুৰণি অসমীয়া কবিতা

প্ৰত্যয় ভাঙি দেখুওৱা

  • ঢুলীয়া= ঢোল + ঈয়া
  • প্ৰত্যেক= প্ৰতি + এক
  • চুৱাপাতনি= চুৱা + পাত + অনি
  • বজৰুৱা= বজাৰ + উৱা
  • বাঢ়নী= বাঢ় + অনী
  • লোহাৰ= লৌহ + আৰ
  • মাহেকীয়া= মাহ + এক + ঈয়া
  • যজ্ঞ= যজ্ + ন
  • বিহগী= বিহগ + ঈ
  • নয়ন= নে + অন
  • নিপুণতা= নিপুণ + অতা
  • বৰ্তমান= বৃৎ + শানচ্
  • সামাজিক= সমাজ + ইক
  • নাচন = নাচ + অন
  • সামগ্ৰিক= সমগ্ৰ + ইক
  • বিদেশী= বিদেশ + ঈ
  • খেতিয়ক= খেতি + অক
  • বেজালি= বেজ + আলি
  • বাটৰুৱা= বাট + অৰুৱা
  • তলতীয়া= তল + অতীয়া
  • সাদিনীয়া= সাদিন + ঈয়া
  • লিখাৰু= লিখ + আৰু
  • গন্তব্য= গম্ + তব্য
  • খঙাল= খং + আল
  • গায়ক = গৈ + অক
  • সেউজীয়া= সেউজ+ ঈয়া।
  • খজুৱতি = খজুৱা+অতি (কৃৎ প্রত্যয়)
  • লাগতিয়াল = লাগ+অতি+আল (কৃৎ প্রত্যয়)
  • ক্ষীৰতী = ক্ষীৰ+অতী (কৃৎ প্রত্যয়)
  • নাচন = নাচ+অন্ (কৃৎ প্রত্যয়)
  • ভগন = ভগ+অন্ (কৃৎ প্রত্যয়)
  • খাৱন = খা+অন (কৃৎ প্রত্যয়)
  • ভঙন = ভাঙ+অন্ (কৃৎ প্রত্যয়)
  • ফুৰণ = ফু+অন্ (কৃৎ প্রত্যয়)
  • জপনা = জাপ+অনা (কৃৎ প্রত্যয়)
  • বাজনা = বাজ+অনা (কৃৎ প্রত্যয়)
  • জিৰণি = জিৰা+অনি (কৃৎ প্রত্যয়)
  • কোপনি = কোপা+অনি (কৃৎ প্রত্যয়)
  • শপনি = শাপ+অনি (কৃৎ প্রত্যয়)
  • উজনি = উজা+অনি (কৃৎ প্রত্যয়)
  • নাচনী = নাচ+অনী (কৃৎ প্রত্যয়)
  • ৰোৱণী = ৰা+অনী (কৃৎ প্রত্যয়)
  • জিৰণীয়া = জিৰা+অনীয়া (কৃৎ প্রত্যয়)
  • বিলনীয়া = বিলা+অনীয়া (কৃৎ প্রত্যয়)
  • পলৰীয়া = পল+অৰীয়া (কৃৎ প্রত্যয়)
  • খাৱৰীয়া = খা + অৰীয়া (কৃৎ প্রত্যয়)
  • পুৱতী = পু+অতী (তদ্ধিৎ প্রত্যয়)
  • হাঁহি = হাঁহ+ঈ (কৃৎ প্রত্যয়)
  • ৰখীয়া = ৰাখ+ঈয়া (কৃৎ প্রত্যয়)
  • কাহুৰা = কাহ+উৰা (কৃৎ প্রত্যয়)
  • সোণোৱালী = সোণ+ওৱালী (তদ্ধিৎ প্রত্যয়)
  • ঘৰচীয়া = ঘৰচী+ঈয়া (কৃৎ প্রত্যয়)
  • ফুলতী = ফুল+অতী (কৃৎ প্রত্যয়)
  • আগতীয়া = আগ+অতীয়া (কৃৎ প্রত্যয়)
  • দন্দুৰা = দন্দ+উৰা (তদ্ধিৎ প্রত্যয়)
  • কাঠনি = কাঠ+অনি (কৃৎ প্ৰত্যয়)
  • হালোৱা = হাল+উৱা (তদ্ধিৎ প্রত্যয়)
  • ভাৱৰীয়া = ভাও+অৰীয়া (কৃৎ প্ৰত্যয়)
  • নাৱৰীয়া = নাও+অৰীয়া (তদ্ধিৎ প্রত্যয়)
  • আধৰুৱা = আধ+অৰুৱা (কৃৎ প্ৰত্যয়)
  • বাটৰুৱা = বাট+অৰুৱা (তদ্ধিৎ প্ৰত্যয়)
  • গাঁৱলীয়া=গাঁও+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
  • মজলীয়া = মাজ+অলীয়া (কৃৎ প্রত্যয়)
  • মিছলীয়া = মিছা+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
  • পনীয়া = পানী+আ (কৃৎ প্রত্যয়)
  • মাছুৱৈ = মাছ+উৱৈ (তদ্ধিৎ প্রত্যয়)
  • কপৰা = কপৰ+আ (কৃৎ প্রত্যয়)
  • মিঠাই = মিঠা+ই (কৃৎ প্রত্যয়)
  • জোনাক = জোন+আক (কৃৎ প্রত্যয়)
  • সাৰুৱা = সাৰ+উৱা (তদ্ধিৎ প্রত্যয়)
  • ঠগামি = ঠগ+আমি (কৃৎ প্রত্যয়)
  • পূঁজাৰী = পূজা+আৰী (কৃৎ প্রত্যয়)
  • জুৱাৰী = জুৱা+আৰী (কৃৎ প্রত্যয়)
  • গুৰিয়াল = গুৰি+আল (তদ্ধিত প্রত্যয়)
  • তেজাল = তেজ+আল (তদ্ধিত প্রত্যয়)
  • ওজালি = ওজা+আলি (তদ্ধিত প্ৰত্যয়)
  • সোনালী = সোণ+আলী (তদ্ধিত প্ৰত্যয়)
  • পাখি = পাখ+ই (তদ্ধিত প্রত্যয়)
  • কুঁহি = কোঁহ+ই (তদ্ধিত প্রত্যয়)
  • মাদুলি = মাদুল+ই (তদ্ধিত প্রত্যয়)
  • মজিয়া = মাজ+ইয়া (তদ্ধিত প্রত্যয়)
  • মৰমিয়াল = মৰম+ইয়াল (তদ্ধিত প্রত্যয়)
  • ৰুগী = ৰোগ+ঈ (তদ্ধিত প্রত্যয়)
  • খুলীয়া = খোল+ঈয়া (তদ্ধিত প্রত্যয়)
  • জুলীয়া = জোল+ঈয়া (তদ্ধিত প্রত্যয়)
  • ৰান্ধনী = ৰান্ধ+অনী (কৃৎ প্রত্যয়)
  • গণক=গণ+অক(কৃত্ প্ৰত্যয়)
  • দয়ালু = দয়া+আলু
  • বিদেশী = বিদেশ+ঈ
  • হাতী = হাত+ঈ
  • বিৱৰণী = বিৱৰণ+ঈ
  • ভগনীয়া = ভাগ+অনীয়া
  • নাৱিক = নৌ+ইক
  • লিখাৰু = লিখ+আৰু (কৃৎ প্রত্যয়)
  • কৰোতা = কৰ+ওতা (কৃৎ প্রত্যয়)
  • ফুলনি = ফুল+অনি
  • বিচনী = বিচ+অনি
  • মগনীয়া = মাগ+অনীয়া (কৃৎ প্রত্যয়)
  • অসমীয়া = অসম+ঈয়া
  • লিখক = লিখ+অক (কৃৎ প্রত্যয়)
  • ভোগালী = ভোগ+আলী
  • শৰীৰিক = শৰীৰ+ইক
  • বাল্মিকী = বল্ম+ইক+ঈ
  • সামাজিক = সমাজ+ইক
  • বাপতি = বাপ+অতি (তদ্ধিৎ প্রত্যয়)
  • লাহতী = লাহ+অতী
  • নামনি = নাম+অনি
  • মজলীয়া = মাজ+অলীয়া
  • খেতিয়ক = খেতি+অক (তদ্ধিৎ প্রত্যয়)
  • খেলৱৈ = খেল+উৱৈ
  • ৰান্ধন = ৰান্ধ+অন (কৃৎ প্রত্যয়)
  • ৰান্ধনি = ৰান্ধ+অনি (কৃৎ প্রত্যয়)
  • খুন্দনা = খুন্দ+অনা (কৃৎ প্রত্যয়)
  • ভঙনীয়া = ভাঙ+অনীয়া (কৃৎ প্রত্যয়)
  • জাননী = জান+অনী (কৃৎ প্রত্যয়)
  • ভাগনীয়া = ভাগ+অনীয়া (কৃৎ প্রত্যয়)
  • দেখনীয়াৰ = দেখ+অনীয়াৰ (কৃৎ প্রত্যয়)
  • ভাগনীয়াৰ = ভাগ+অনীয়াৰ (কৃৎ প্রত্যয়)
  • ক্ষীৰাতি = ক্ষী+অতী (কৃৎ প্রত্যয়)
  • চলন্ত = চল+অন্ত (কৃৎ প্রত্যয়)
  • জলন্ত = জল+অন্ত (কৃৎ প্রত্যয়)
  • সাঁচতীয়া = সাঁচ+অতীয়া (কৃত্ প্ৰত্যয়)
  • কৰতীয়া = কৰ+অতীয়া (কৃত্ প্ৰত্যয়)
  • পলৰীয়া = পল+অৰীয়া (কৃৎ প্রত্যয়)
  • যুঁজাৰু = যুঁজ+আৰু (কৃৎ প্রত্যয়)
  • কাঁহুৰা = কাঁহ+উৰা (কৃৎ প্রত্যয়)
  • লেহুকা = লেহ+উকা (কৃৎ প্রত্যয়)
  • সৰাল = সৰ+আল (কৃৎ প্রত্যয়)
  • ৰখীয়া = ৰখ+ঈয়া (কৃৎ প্রত্যয়)
  • মাৰীয়া = মাৰ+ঈয়া (কৃৎ প্রত্যয়)
  • ধৰোতা = ধৰ+ওতা (কৃৎ প্রত্যয়)
  • খাওঁতে = খা+ওঁতে (কৃৎ প্রত্যয়)
  • লওঁতে = ল+ওতে (কৃৎ প্রত্যয়)
  • কৰিলে = কৰ+ইলে (কৃৎ প্রত্যয়)
  • ধৰিলে = ধৰ+ইলে (কৃৎ প্রত্যয়)
  • খালত = খা+ইলত (কৃৎ প্রত্যয়)
  • লিখা = লিখ+আ (কৃৎ প্রত্যয়)
  • ধৰা = ধৰ+আ (কৃৎ প্রত্যয়)
  • উঠি = উঠ+ই (কৃৎ প্রত্যয়)
  • ধৰি = ধৰ+ই (কৃৎ প্রত্যয়)
  • নামতি = নাম+অতি (তদ্ধিৎ প্রত্যয়)
  • আগতীয়া = আগ+অতীয়া (তদ্ধিৎ প্রত্যয়)
  • বননি = বন+অনি (তদ্ধিত্ প্ৰত্যয়)
  • ফুলনি = ফুল+অনি (তদ্ধিত্ প্ৰত্যয়)
  • বনৰীয়া = বন+অৰীয়া (তদ্ধিত্ প্ৰত্যয়)
  • লগৰীয়া = লগ+অৰীয়া (তদ্ধিত্ প্ৰত্যয়)
  • গাহৰী = গাহ+অৰী (তদ্ধিত্ প্ৰত্যয়)
  • ভালৰী = ভাল+অৰী (তদ্ধিত্ প্ৰত্যয়)
  • মিছলীয়া = মিছা+অলীয়া (তদ্ধিত্ প্ৰত্যয়)
  • হাটৰুৱা = হাট+অৰুৱা (তদ্ধিৎ প্রত্যয়)
  • নেজাল = নেজ+আল (তদ্ধিৎ প্রত্যয়)
  • ৰসাল = ৰস+আল (তদ্ধিৎ প্রত্যয়)
  • দুষ্টালি = দুষ্ট+আলি (তদ্ধিৎ প্রত্যয়)
  • ঘটকালি = ঘটক+আলি (তদ্ধিৎ প্রত্যয়)
  • ৰঙা = ৰঙ+আ (তদ্ধিৎ প্রত্যয়)
  • শিলা = শিল+আ (তদ্ধিৎ প্রত্যয়)
  • চোৰাং = চোৰ+আং (তদ্ধিৎ প্রত্যয়)
  • খৰাং = খৰ+আং (তদ্ধিৎ প্রত্যয়)
  • বিহুৱান = বিহু+আন (তদ্ধিৎ প্রত্যয়)
  • ফুলাম = ফুল+আম (তদ্ধিৎ প্রত্যয়)
  • কাঠাম = কাঠ+আম (তদ্ধিৎ প্রত্যয়)
  • মুৰ্খামি = মুৰ্খ+আমি (তদ্ধিৎ প্রত্যয়)
  • পাগলামি = পাগল+আমি (তদ্ধিৎ প্রত্যয়)
  • মাষ্টৰী = মাষ্টৰ+ই (তদ্ধিৎ প্রত্যয়)
  • চাকৰী = চাকৰ+ই (তদ্ধিৎ প্রত্যয়)
  • বদমাচী = বদমাচ+ই (তদ্ধিৎ প্রত্যয়)
  • চহৰীয়া = চহৰ+ঈয়া (তদ্ধিৎ প্রত্যয়)
  • মাজীয়া = মাজ+ঈয়া (তদ্ধিৎ প্রত্যয়)
  • ৰাগীয়াল = ৰাগ+ইয়াল (তদ্ধিৎ প্রত্যয়)
  • পকীল = পক+ইল (তদ্ধিৎ প্রত্যয়)
  • ৰঙীল = ৰঙ+ইল (তদ্ধিৎ প্রত্যয়)
  • মাহেকীয়া = মাহ+একীয়া (তদ্ধিৎ প্রত্যয়)
  • বছৰেয়া = বছৰ+একীয়া (তদ্ধিৎ প্রত্যয়)
  • কামিলা = কাম+ইলি (তদ্ধিৎ প্রত্যয়)
  • মাহিলি = মাহ+ইলি (তদ্ধিৎ প্রত্যয়)
  • ধনী = ধন+ঈ (তদ্ধিৎ প্রত্যয়)
  • গোলাপী = গোলাপ+ঈ (তদ্ধিৎ প্রত্যয়)
  • জাপানী = জাপান+ঈ (তদ্ধিৎ প্রত্যয়)
  • মথাউৰি = মাথা+উৰি (তদ্ধিৎ প্রত্যয়)
  • হাতুৰি = হাত+উৰি (তদ্ধিৎ প্রত্যয়)
  • হালোৱা = হাল+ওৱা (তদ্ধিৎ প্রত্যয়)
  • জালোৱা = জাল+ওৱা (তদ্ধিৎ প্রত্যয়)
  • দহকুৰি = দহ+কুৰি (তদ্ধিৎ প্রত্যয়)
  • বাটকুৰি = বাট+কুৰি (তদ্ধিৎ প্রত্যয়)
  • লাজকুৰীয়া = লাজ+কুৰীয়া (তদ্ধিৎ প্রত্যয়)
  • বাটকুৰীয়া = বাট+কুৰীয়া (তদ্ধিৎ প্রত্যয়)
  • বিহুতলী = বিহু+তলী (তদ্ধিৎ প্রত্যয়)
  • মাহতলী = মাহ+তলী (তদ্ধিৎ প্রত্যয়)
  • সোণতলী = সোণ+তলী (তদ্ধিৎ প্রত্যয়)
  • সভাথলী = সভা+থলী (তদ্ধিৎ প্রত্যয়)
  • পূজাথলী = পূজা+থলী (তদ্ধিৎ প্রত্যয়)
  • পাণবাৰী = পাণ+বাৰী (তদ্ধিৎ প্রত্যয়)
  • ঘৰবাৰী = ঘৰ+বাৰী (তদ্ধিৎ প্রত্যয়)
  • আমবাৰী = আম+বাৰী (তদ্ধিৎ প্রত্যয়)
  • ধোঁয়াময় = ধোঁয়া+ময় (তদ্ধিৎ প্রত্যয়)
  • বোকাময় = বোকা+ময় (তদ্ধিৎ প্রত্যয়)
  • ভাবুকি = ভাৱ+উকি (তদ্ধিৎ প্রত্যয়)
  • ঢেঁকীশাল = ঢেঁকী+শাল (তদ্ধিৎ প্রত্যয়)
  • হাতীশাল = হাতী+শাল (তদ্ধিৎ প্রত্যয়)
  • ধৰ্মশালা = ধৰ্ম+শালা (তদ্ধিৎ প্রত্যয়)
  • পাঠশালা = পাঠ+শালা (তদ্ধিৎ প্রত্যয়)
  • পঢ়াশালী = পঢ়া+শালী (তদ্ধিৎ প্রত্যয়)
  • মাৰাশালী = মাৰা+শালী (তদ্ধিৎ প্রত্যয়)
  • বিদ্যাবন্ত = বিদ্যা+বন্ত (তদ্ধিৎ প্রত্যয়)
  • চফলবন্ত = চফল+বন্ত (তদ্ধিৎ প্রত্যয়)
  • হনুমন্ত = হনু+মন্ত (তদ্ধিৎ প্রত্যয়)
  • শ্ৰীমন্ত = শ্ৰী+মন্ত (তদ্ধিৎ প্রত্যয়)
  • পূজাভাগ = পূজা + ভাগ (তদ্ধিত্ প্ৰত্যয়)
  • উতলা = উতল + আ (তদ্ধিত্ প্ৰত্যয়)
  • সুমতি = সুম + অতি (তদ্ধিত্ প্ৰত্যয়)
  • গৰখীয়া = গৰখী + ঈয়া কৃত্ প্ৰত্যয়)
  • কহাঁৰ = কাঁহ + আৰ (তদ্ধিত্ প্ৰত্যয়)
  • মানসিক = মানস + ঞ্চিক (তদ্ধিত্ প্ৰত্যয়)
  • সম্বন্ধীয় = সম্বন্ধ + ঈয় (তদ্ধিত্ প্ৰত্যয়)
  • সাহিত্যিক = সাহিত্য + ইক (ঞ্চিক) (তদ্ধিত্ প্ৰত্যয়)
  • নিলাজী = নিলাজ + ঈ (তদ্ধিত্ প্ৰত্যয়)
  • বহুৰূপী = বহু + ৰূপী (তদ্ধিত্ প্ৰত্যয়)
  • সূৰ্যমুখী = সূৰ্য্য + মুখী (তদ্ধিত্ প্ৰত্যয়)
  • সহপাঠী = সহপাঠ + ঈ (তদ্ধিত্ প্ৰত্যয়)
  • বছৰেকীয়া = বছৰেক + ঈয়া (তদ্ধিত্ প্ৰত্যয়)
  • মৃত্যুজয়ী = মৃত্যুজয় + ঈ (তদ্ধিত্ প্ৰত্যয়)
  • সোণাৰী = সোণ + আৰী (তদ্ধিত্ প্ৰত্যয়)
  • থলুৱা = থল + উৱা (তদ্ধিত্ প্ৰত্যয়)
  • জালুক = জাল + উক (তদ্ধিত্ প্ৰত্যয়)
  • নাচনিয়াৰ = নাচ + অনিয়াৰ (কৃত্ প্ৰত্যয়)
  • পানীদিহিঙীয়া = পানীদিহিং + ঈয়া (তদ্ধিত্ প্ৰত্যয়)
  • শাৰীৰিক = শৰীৰ + ইক (তদ্ধিত্ প্ৰত্যয়)
  • ব্ৰহ্মপুত্ৰ = ব্ৰহ্ম + পুত্ৰ (তদ্বিত্ প্ৰত্যয়)
পুৰণি অসমীয়া কবিতা

Related Post:

This Article is Written With The Help of Assamese Medium

5 thoughts on “প্ৰত্যয় কাক বোলে ?

Leave a Reply

Your email address will not be published. Required fields are marked *