20 May, 2024
মাটিৰ জোখ মাপৰ কৌশল

মাটিৰ জোখ মাপৰ কৌশল

মাটিৰ জোখ মাপ

মাটি কেনেকৈ জোখা হয় ? অথাৎ মাটিৰ হিচাপ কেনেকৈ কৰে ? আপুনি জানেনে!

মাটিৰ জোখ মাপৰ কৌশল

পুৰণি বা ব্ৰিটিছ পদ্ধতিৰ সহায়ত মাটিৰ জোখ মাপ

বৰ্তমান চৰকাৰীভাৱে এইটো পদ্ধতি অচল যদিও সাধাৰণ মানুহৰ মাজত এই নিয়ম বোৰ অতি জনপ্ৰিয়।

১২ ফুট = ১ নল

১৪৪ বৰ্গফুট = এক লেচা =১ নল × ১ নল 

২০ লেচা = ১ কঠা = ২০ × ১৪৪ = ২৮৮০ বৰ্গফুট

১০০ লেচা = ৫ কঠা = ১ বিঘা

৪ বিঘা = ১ পুৰা

এক হেক্টৰ = ১০৭৬৩৯.১০৪২ বৰ্গফুট

চৰকাৰী পদ্ধতি বা মেট্ৰিক পদ্ধতিৰ সহায়ত মাটিৰ জোখ মাপ

১০০ বৰ্গ মিটাৰ = ১ আৰ্ = ১০০ চেন্টিআৰ্

এক লেচা মাটি = ০.১৩৪ আৰ্

দহ লেচা   = ১.৩৪ আৰ্

পোন্ধৰ লেচা   = ২.০১ আৰ্

এক  কঠা   = ২.৬৮  আৰ্

এক  বিঘা   = ১৩.৪  আৰ্ 


Leave a Reply

Your email address will not be published. Required fields are marked *