22 July, 2024
অপৰাধ বিনাশন

অসমীয়া প্ৰাৰ্থনা : মই দুৰাচাৰ কেৱল তোমাৰ

মই দুৰাচাৰ কেৱল তোমাৰ

মই দুৰাচাৰ কেৱল তোমাৰ

মই দুৰাচাৰ কেৱল তোমাৰ
… অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ॥
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাওঁ।
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এৰাওঁ॥
হে যদুপতি মইু মূঢ়মতি
নাজানো সেৱা তোমাৰ।
কেৱল তোমাৰ চৰণ পংকজে
শৰণ কৰিলো সাৰ॥
পুৰুষ উত্তম পৰম পুৰুষ
পৰম আনন্দ স্বামী।
তযু পাদ–পদ্ম মকৰন্দ আশে
শৰণ পশিলো আমি॥
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন – জন তাৰণ।
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ॥

মই দুৰাচাৰ কেৱল তোমাৰ

Related Post:

অসমীয়া প্ৰাৰ্থনা : তুমি চিত্ত বৃত্তি মোৰ Download PDF

Biswa Bijoy Najuwan Lyrics.PDF Download Mp3

মই দুৰাচাৰ কেৱল তোমাৰ

4 thoughts on “অসমীয়া প্ৰাৰ্থনা : মই দুৰাচাৰ কেৱল তোমাৰ

  1. If some one desires to be updated with hottest technologies after that he must be go to
    see this web site and be up to date everyday.

Leave a Reply

Your email address will not be published. Required fields are marked *