গাওঁ পঞ্চায়ত লৈ আবেদন
প্রতি
মাননীয়___________গাঁও পঞ্চায়তৰ সভাপতি মহোদয়।
ঠাইৰ নাম : জিলাৰ নাম (অসম)।
তাৰিখ:
বিষয় : (তিন পাত/তাঁত শাল) পাবৰ বাবে আবেদন।
মহোদয়,
সন্মান পূর্ব্বক বিনীত নিবেদন এয়ে যে, মই ________জিলাৰ__________গাঁও পঞ্চায়তৰ অন্তৰ্গত __________ গাঁৱৰ এগৰাকী অসমীয়া/জনজাতি মহিলা। মোৰ ঘৰৰ আৰ্থিক অৱস্থা শোচনীয় হেতুকে টকা পইচাৰ অভাৱত প্রয়োজনীয় তিনপাত অলপ / তাঁতশাল এমনো কিনি লব নোৱাৰা হৈছো। জানিব পাৰিছো মহোদয়ৰ জৰীয়তে দুখীয়া মহিলাক তিনপাতা তাঁতশাল অনুদান দিয়াৰ ব্যৱস্থা কৰিছে।
গতিকে মহোদয়ে দয়া কৰি মোৰ বাবে অলপ তিনপাত/ তাঁতশাল এমন অনুদান দি মোৰ দুখীয়া পৰিয়ালটিৰ মহৎ উপকাৰ সাধন কৰে যেন।
এয়ে মোৰ সহোদয়ৰ ওচৰত সৰল গোহাৰি।
ইতি
আপোনাৰ বিশ্বাসী
নাম:-
পিতা: গাঁও :-
ডাকসব:- জিলা :-
- দৰ্খাস্ত লিখাৰ নিয়ম সম্পূৰ্ণ অসমীয়াত 2024
- জাননী লিখাৰ নিয়ম কি, আপুনি জানেনে?
- সভাৰ কাৰ্যসূচী লিখাৰ নিয়ম 7টা আপুনি জানেনে?
- প্ৰধান শিক্ষকলৈ আবেদন [Assamese Application 2024]
- বিধায়ক লৈ আবেদন [Assamese Application For 2024]
- চৰকাৰী ঘৰ বিচাৰি আবেদন পত্ৰ: Assamese Application For 2024
One thought on “গাওঁ পঞ্চায়ত লৈ আবেদন 2024”