20 May, 2024
চৰকাৰী ঘৰ বিচাৰি আবেদন পত্ৰ: Assamese Application For 2024

চৰকাৰী ঘৰ বিচাৰি আবেদন পত্ৰ: Assamese Application For 2024

চৰকাৰী ঘৰ বিচাৰি আবেদন পত্ৰ ৰ বাবে কেনেকৈ এপ্লিকেচন লিখিব:

চৰকাৰী ঘৰ বিচাৰি আবেদন পত্ৰ: Assamese Application For 2024


Example No 1

প্রতি,

তাং_______

মাননীয় সভাপতি মহোদয়
নগাঁও গাওঁ পঞ্চায়ত

বিষয়PMAY আবাসগৃহ পাবৰ বাবে আবেদন।

মহাশয়,

বিনীত নিবেদন এই যে মই শ্ৰী মনোজ কোচ, নগাঁও গাওঁ পঞ্চায়তৰ ডিং গাঁৱৰ এগৰাকী বাসিন্দা। মই চৰকাৰৰ দ্বাৰা স্বীকৃত দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তি। মহোদয়ক বিশেষভাৱে জনাওঁ যে চৰকাৰী আবাস পোৱাৰ যোগ্য যদিও উক্ত তালিকাত এবাৰো নাম অন্তৰ্ভুত্ক নহ’ল।

গতিকে মহোদয়ে দয়া কৰি মোক প্ৰধানমন্ত্ৰী আৱাস যোজোঁনা আঁচনিৰ(PMAY) অধীনত এটি আৱাসগৃহ পোৱাৰ সুবিধা কৰি উপকাৰ সাধন কৰে যেন।

ইতি,
আপোনাৰ বিশ্বাসী
শ্ৰী মনোজ কোচ
[পিতাৰ নাম]
[ঠিকনা]

* বিঃ দ্রঃ

  • ৰঙা খিনি আপোনাৰ নিজৰ নাম আৰু ঠিকনাৰে ভৰাই দিয়ক
  • আবেদনৰ লগত বি. পি. এল. কাৰ্ডৰ জেৰক্স কপি গাঁঠি দিয়া হ’ল।

Example No 2:

প্ৰতি ,

তাং_______

মাননীয়,

……………গাঁও পঞ্চায়তৰ সভাপতি মহোদয়।

জিলা:……….,অসম

বিষয়: চৰকাৰী (PMAY) ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন।

মহাশয়,

সন্মান পূৰ্বক বিনীত নিবেদন এই যে মই আপোনাৰ পঞ্চায়তৰ এজন স্থায়ী বাসিন্দা হঁও।মোৰ এটা পকীঘৰ নাই, আৰ্থিকভাৱেও মই দুৰ্বল। মই নিজৰ টকাৰে যে এটা পকীঘৰ সাজিম সেই সামৰ্থ মোৰ নাই। ২০২২-২০২৩ বৰ্ষৰ প্ৰকাশ হোৱা তালিকাত মোৰ নাম নাই।

গতিকে দয়ালু মহোদয়ে দয়া কৰি পৰবৰ্তী তালিকাত মোৰ নামটো যাতে অন্তৰ্ভুক্ত হয় তাৰ সুবিধা কৰি দিয়ে যেন।

এয়ে মহোদয়ৰ ওচৰত মোৰ জনাবলগীয়া সৰল প্ৰাৰ্থনা।

ইতি,
আপোনাৰ বিশ্বাসী
শ্ৰী মনোজ কোচ
[পিতাৰ নাম]
[ঠিকনা]


আৰু অসমীয়া আবেদন ফৰ্মেট চাওঁ আহক:

বিদ্যালয়ত উপস্থিত নথকাৰ বাবে আবেদন

অর্ধ ছুটি বিচাৰি আবেদন 

আবেদন পত্ৰ লিখাৰ নিয়ম | Her Trust


আবেদন পত্ৰ কেই প্ৰকাৰৰ?

আবেদন ২ প্ৰকাৰৰ।

আবেদন কি?

আবেদন হৈছে কোনো এটা বিষয়ৰ ওপৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা।  

আবেদন লেখন কেইপ্ৰকাৰৰ আৰু কি কি? 

আবেদন লেখন ৫ প্ৰকাৰৰ।
ক) ব্যক্তিগত আবেদন।
খ) ব্যৱসায়িক আবেদন।
গ) কৰ্ম সংস্থাপনৰ আবেদন।
ঘ) কাৰ্যালয় সম্বন্ধীয় আবেদন।
ঙ) ৰাজহুৱা আবেদন।

আবেদন লেখন বুলিলে কি বুজা?

আবেদন বুলিলে কোনো এটা বিষয়ৰ ওপৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা।

2 thoughts on “চৰকাৰী ঘৰ বিচাৰি আবেদন পত্ৰ: Assamese Application For 2024

Leave a Reply

Your email address will not be published. Required fields are marked *