গুৱাহাটী সোণৰ মূল্য
সোণৰ মূল্য প্ৰধানকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ স্থিৰতা, আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আৰু বহুকেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।
অসমৰ মাটিত এসময়ত মূল্যবান ধাতু সোণৰ উৎপাদন হৈছিল৷ আহোম ৰাজত্বকালত সোণৰ উৎপাদন বা কমোৱা এক গুৰুত্বপূৰ্ণ কৰ্ম হিচাপে বিবেচিত হৈছিল৷ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ প্ৰায়বোৰ নদীত সোণ পোৱা গৈছিল আৰু সোণ আহৰণ, সোণৰ অলংকাৰ শিল্প আদিৰ লগত জড়িত হৈ বহু মানুহে জীৱন নিৰ্বাহ কৰিছিল৷
প্ৰাচীন কালৰে পৰা অসমৰ বহুকেইখন নদীৰ বালিত সোণৰ চেঁকুৰা পোৱা গৈছিল বাবে বহুতে নদীৰ উৎসস্থানত সোণৰ খনি আছে বুলি কল্পনা কৰিছিল আৰু ইয়াৰ সন্ধানত বহু অভিযানো কৰা হৈছিল যদিও কোনো খনি আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷ অসমৰ নদীত পোৱা সোণৰ ৰহস্য ভেদ হৈছিল ১৯৬৮ চনত অসম সন্তান ড° প্ৰণৱজ্যোতি ডেকাৰ অনুসন্ধানত৷ অৱশ্যে এই গৱেষণা বিভিন্ন কাৰণত স্বীকৃত নহ’ল৷ ড° ডেকাৰ অনুসন্ধান আৰু গৱেষণাত প্ৰমাণ হৈছিল যে, অসমৰ নৈৰ বালিত পোৱা সোণৰ কণিকা প্ৰকৃততে ক্ৰ’মাইট আৰু মেগনেটাইট নামৰ অতি ক্ষাৰকীয় লাভাৰ মাজত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা৷ ১৩ কৌটি বছৰ আগতে ক্ৰিটেচিয়াছ ভূতাত্বিক সময়ত আগ্নেয়গিৰি উদ্গীৰণৰ সময়ত এই ক্ৰ’মাইট আৰু মেগনেটাইটযুক্ত লাভাসমূহ ভাৰত-ম্যানমাৰৰ সীমান্তত পাটকাই হৈ সমগ্ৰ নিম্ন হিমালয় অঞ্চলত সিঁচৰতি হৈ পৰিছিল৷ পিছত যিবোৰ নদী এই অতিক্ষাৰকীয় লাভাৰ ওপৰেদি বৈ গৈছিল সেইবোৰে লাভাসমূহৰ ক্ষয়ীভৱন ঘটাই সোণৰ কণিকাবোৰ ভৈয়ামলৈ কঢ়িয়াই আনিছিল৷ অতিক্ষাৰকীয় শিলত যে সোণ থাকিব পাৰে, সেই কথা ড° ডেকাই প্ৰমাণ কৰিছিল৷
Gold Price In Guwahati:
In Guwahati, gold is primarily used for jewelry and investment purposes, and the country is one of the largest consumers of gold globally. Unlike other countries that use gold for industrial purposes, gold in Guwahati is primarily a vehicle for investment.
Gold is popularly perceived as a relatively safe investment, especially in times of economic or political uncertainty. During relatively calm times, the price of gold remains stable, while during times of conflict, the price fluctuates.
In Guwahati, gold is bought primarily as a relatively safe investment which has seen significant appreciation in the past. Even though Indians participate in other investment channels, like real estate, on a large scale, investing in gold still forms a significant part of the investment portfolio.
Conventionally, gold is invested in the form of coins, bars, and jewelry in Guwahati. But in recent times, new avenues of investment in gold have opened up providing investors new opportunities to trade in gold. Investors can now invest in gold-related stocks and mutual funds. For instance, ETFs (Exchange Traded Funds) are simple financial instruments that combine the flexibility of a stock investment and the simplicity of gold investments. The following are some of the more popular ways of investing in gold in Guwahati:
The most popular way of investing in gold in Guwahati is still buying gold jewelry. It is common for people across all economic classes to buy gold on festive and auspicious occasions as it is traditionally seen as a safe and simple investment. The one disadvantage to buying gold jewelry is that you need to pay for the making charges, which could add up to another 10% to the price. Moreover, the popularity of designs and fashion change and you might not receive the same price for your jewelry when you want to sell it. There could be additional costs if you sell the jewelry to a different jeweler than the one you bought it from.
Buying gold jewelry for immediate use might be a viable option, but if you plan to hold it as a long term investment, then there are other more convenient and cost-effective options available now.