21 February, 2024
Magh Bihu 2024 | মাঘ বিহু 2024 | মাঘ বিহু ; Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Statusশুভেচ্ছা |

Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Status

Magh Bihu 2024

16 Jan 2024

👉Magh Bihu 2024 | মাঘ বিহু 2024 | মাঘ বিহু শুভেচ্ছা |👈

Magh Bihu Wishes in Assamese

Bihu Festival Quotes

মেজিৰ পবিত্র জুইয়ে তোমাৰ হৃদয় উমাল কৰি তোলক। ভোগালী মাঘৰ মেজি পিঠা-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক। মাঘ বিহুৰ শুভেচ্ছা

Bihu Festival Quotes

মাটি মাহৰ সুৱাদেৰে, বৰা চাউলৰ সুগন্ধৰে, জীৱন ভোগালী হৈ পৰক। মাঘ বিহুৰ শুভেচ্ছা জনালো।

Bihu Festival Quotes

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে।

Bihu Festival Quotes

সকলোকে আগতিয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো আপোনাৰ আগন্তুক দিনবোৰ কুশলে যায় তাৰেই কামনা কৰিছো।

Bihu Festival Quotes

ভোগালী বিহুয়ে সকলোৰে জীৱনলৈ সূখ সমৃদ্ধি কঢ়িয়াই আনক। ভাতৃত্ববোধৰ এনাজৰী ডাল আৰু সুদৃঢ় কৰক।

Bihu Festival Quotes

‘নিয়ৰ সৰা গধুলি, মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালি, চোৱা আহি পালে ভোগালী’ ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।

Bihu Festival Quotes

মেজিৰ পৱিত্র জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক। তাৰেই কামনা কৰিছো।

Magh Bihu 2024 Images And Whatsapp Status


Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Status
Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Status
Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Status

Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Status
Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Status
Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Status

Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Status
Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Status
Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Status

Leave a Reply

Your email address will not be published. Required fields are marked *