14 October, 2024
Magh Bihu 2024 | মাঘ বিহু 2024 | মাঘ বিহু ; Happy Magh Bihu 2024,Wises, Quotes, Images And Whatsapp Statusশুভেচ্ছা |

Magh Bihu 2024 | মাঘ বিহু 2024 | মাঘ বিহু শুভেচ্ছা |

মাঘ বিহু শুভেচ্ছা; মাঘ বিহু; মাঘ বিহু 2024; Magh Bihu 2024; মাঘ বিহুৰ শুভেচ্ছা; Magh Bihu Wishes Assamese; Magh Bihu wish in Assamese; Meji Ghar; Magh Bihu Date 2024; Magh Bihu 2024 Date and Time; Magh Bihu Uruka 2024

Magh Bihu 2024 | মাঘ বিহু 2024 | মাঘ বিহু শুভেচ্ছা |

Magh Bihu 2024

13 Jan 2024, sunday

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়।

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।

মাঘ বিহু শুভেচ্ছা

Magh Bihu 2024 | মাঘ বিহু 2024 | মাঘ বিহু শুভেচ্ছা |

Read More In English


One thought on “Magh Bihu 2024 | মাঘ বিহু 2024 | মাঘ বিহু শুভেচ্ছা |

Leave a Reply

Your email address will not be published. Required fields are marked *