মাঘ বিহু শুভেচ্ছা; মাঘ বিহু; মাঘ বিহু 2024; Magh Bihu 2024; মাঘ বিহুৰ শুভেচ্ছা; Magh Bihu Wishes Assamese; Magh Bihu wish in Assamese; Meji Ghar; Magh Bihu Date 2024; Magh Bihu 2024 Date and Time; Magh Bihu Uruka 2024

Magh Bihu 2024
13 Jan 2024, sunday
পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়।
জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।
মাঘ বিহু শুভেচ্ছা

আপোনাক ভোগালীৰ ওলগ জনালো।
Hertrust.in
মেজিৰ জুইয়ে যেন সকলো অমংগল, হিংসা-বিদ্বেষ পুৰি শেষ কৰে তাৰেই কামনা কৰিছো।
আপােনাক তথা আপােনাৰ পৰিয়ালৰ সকলােলৈকে
Hertrust.in
মাঘ বিহু তথা ভােগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
সকলোকে আগতিয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো।
Hertrust.in
আশা কৰো আপোনাৰ আগন্তুক দিনবোৰ কুশলে যায় তাৰেই কামনা কৰিছো।
ভোগালী বিহুয়ে সকলোৰে জীৱনলৈ সূখ সমৃদ্ধি কঢ়িয়াই আনক।
Hertrust.in
ভাতৃত্ববোধৰ এনাজৰী ডাল আৰু সুদৃঢ় কৰক।
‘নিয়ৰ সৰা গধুলি, মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালি, চোৱা আহি পালে ভোগালী’
Hertrust.in
ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।
মেজিৰ পৱিত্র জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক।
Hertrust.in
তাৰেই কামনা কৰিছো।
ভোগালীৰ ওলগ জনালো।
Hertrust.in
এই বিহুয়ে প্রতিজন অসমীয়াৰ জীৱনলৈ কঢ়িয়াই আনক
অনাবিল সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।
তোমালৈ মাঘ বিহুৰ হিয়াভৰা শুভকামনা জনালো।
Hertrust.in
ভোগৰ উৎসৱ ভােগালীয়ে সকলােৰে মনবােৰ
সমৃদ্ধ কৰি তোলক।
এই মেজিৰ জুইত নিপাত যাওঁক সকলাে অসূয়া-অপ্রীতি।
Hertrust.in
আপোনালৈ মাঘ বিহুৰ আন্তৰিক শুভকামনা।
ভোগালীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক
Hertrust.in
একতা, শান্তি আৰু ভাতৃত্ববোধ,
তাৰে কামনা কৰিলো।
শুভ মাঘ বিহু
প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী।
Hertrust.in
ভোগালী বিহুৰ আন্তৰিক শুভকামনা।
ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালো।
Hertrust.in
ভোগালীৰ ভোগে জীপাল কৰক অসমবাসীৰ মন।
অনাগত দিনবোৰ ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে
Hertrust.in
শুভ মাঘ বিহু।
আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ
Hertrust.in
আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো ।
আগন্তুক দিন বোৰ যাতে সুখ-শান্তি কঢিয়াই আনক তাৰেই কামনা কৰিছো।
উৰুকাৰ এই ক্ষণত সকলোকে
Hertrust.in
ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
One thought on “Magh Bihu 2024 | মাঘ বিহু 2024 | মাঘ বিহু শুভেচ্ছা |”