11 September, 2024
সভাৰ কাৰ্যসূচী লিখাৰ নিয়ম 7টা আপুনি জানেনে?

সভাৰ কাৰ্যসূচী লিখাৰ নিয়ম 7টা আপুনি জানেনে?

সভাৰ কাৰ্যসূচী লিখাৰ নিয়মসমূহ

সভাৰ কাৰ্যসূচী লিখাৰ নিয়ম 7টা আপুনি জানেনে?

সভাৰ কাৰ্যসূচী লিখাৰ আগতে আপুনি ইয়াৰ মূল নীতি আৰু নিয়মৰ বিষয়ে জানিব লাগিব:

  1. সভাৰ কাৰ্যসূচী এটা লিখা কেনেকৈ আৰম্ভ কৰিব?
  2. ইয়াত কি কি কথা অন্তৰ্ভুক্ত কৰিব লাগে?
  3. কি কথা এৰাই চলিব লাগিব?
  4. কেনেকৈ শেষ কৰিব?

এই প্ৰবন্ধটোৰ জৰিয়তে আমি আপোনাক আপোনাৰ ব্যৱহাৰৰ উপযোগী এটা নিখুঁত সভাৰ কাৰ্যসূচী সৃষ্টি কৰাত সহায় কৰিম|

মিটিঙৰ কাৰ্যসূচী এটা লিখাৰ নিয়ম:


সভাৰ বিষয়:

স্থান:_______________

তাৰিখ:____________

সময়:___________

কাৰ্যসূচী:

  1. সভাপতিৰ আসন গ্রহণ।
  2. সভাৰ উদ্দেশ্য ব্যাখ্যা।
  3. বিশিষ্ট সমাজকৰ্মীসকলৰ বক্তব্য।
  4. সন্মানীয় ৰাইজৰ বক্তব্য।
  5. অনান্য ।
  6. সভাপতিৰ মন্তব্য।
  7. সভা ভংগ ।

উপস্থিত সদস্যৰ স্বাক্ষৰ:

  • 1
  • 2
  • 3
  • 4
  • 5

Subscribe On Youtube


2 thoughts on “সভাৰ কাৰ্যসূচী লিখাৰ নিয়ম 7টা আপুনি জানেনে?

Leave a Reply

Your email address will not be published. Required fields are marked *