6 May, 2024
বৰ্তমান অসমৰ ৰাজ্যপাল কোন ?

বৰ্তমান অসমৰ ৰাজ্যপাল কোন ?

Q: বৰ্তমান অসমৰ ৰাজ্যপাল কোন ?

Ans: বৰ্তমান অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়া। গুলাব চান্দ কটাৰিয়াই ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে কাৰ্যনিবাহ কৰি আছে।

Q: বৰ্তমান অসমৰ ৰাজ্যপাল কোন ? Ans: বৰ্তমান অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়া

গুলাব চান্দ কটাৰিয়া

গুলাব চান্দ কাটাৰিয়া (জন্ম: ১৩ অক্টোবৰ ১৯৪৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসমৰ ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে মনোনীত কৰাৰ পিছত ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অসমৰ ২৯তম ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।কাটাৰিয়াই ২০০৪ চনৰ পৰা ২০০৮ চনলৈ আৰু পুনৰ ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে ৰাজস্থানৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে ভৈৰোঁ সিং শ্বেখাৱট চৰকাৰত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা কাটাৰিয়াই ১৯৯৩ চনৰ পৰা ২০০৩ চনলৈ বাৰী চাদ্ৰীৰ বিধায়ক আছিল।


অসমৰ ৰাজ্যপাল নাম কি 2023?

বৰ্তমান অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়া,

বৰ্তমান অসমৰ ৰাজ্যপাল কে ?

বৰ্তমান অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়া,

One thought on “বৰ্তমান অসমৰ ৰাজ্যপাল কোন ?

Leave a Reply

Your email address will not be published. Required fields are marked *