General knowledge Questions Assamese
Table of Contents
- ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি?
- উত্তৰ : অতুলনীয়।
- ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
- উত্তৰ : ৩,১১,৬৯,২৭২।
- ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি?
- উত্তৰ : নগাঁও।
- ২০০১-২০১১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান?
- উত্তৰ : ১৬.৯৩+।
- ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?
- উত্তৰ : ৭৩.১৮।
- অসমৰ কোন খন জিলাত পুৰুষ-মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক?
- উত্তৰ : গোৱালপাৰা।
- অসমৰ পুৰণি নাম কি?
- উত্তৰ : কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰ।
- ২০০১ ৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান?
- উত্তৰ : ৫২% আৰু ৪৮%।
- অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন?
- উত্তৰ : ‘অ’ মোৰ আপোনাৰ দেশ’ – ৰচক – লক্ষ্মীনাথ বেজবৰুৱা।
- অসমৰ জাতীয় প্ৰতীক কি?
- উত্তৰ : এশিঙীয়া গঁড়।
- অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?
- উত্তৰ : গোলাঘাট।
- বদৰপুৰ উত্তৰ-পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কোন খন জিলাত অৱস্থিত?
- উত্তৰ : কৰিমগঞ্জ।
- অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে?
- উত্তৰ : ২.৩৯ (প্ৰায়) শতাংশ।
- অসমৰ মুঠ মাটিকালি কিমান?
- উত্তৰ : ৭৮,৪৩৮ (প্ৰায়) বৰ্গ কি:মি:।
- অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?
- উত্তৰ : ১২৬ খন।
- লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?
- উত্তৰ : ১৪ জন।
- অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?
- উত্তৰ : ৭ জন।
Disclimer: ওপৰৰ কোনো প্ৰশ্নৰ যদি অশুদ্ধ যেন অনুভৱ হয়, অনুগ্ৰহ কৰি কমেন্তত শুদ্ধ উত্তৰ টো লিখক