7 October, 2024
হিট এণ্ড ৰান নতুন আইন কি জানেন ?

হিট এণ্ড ৰান নতুন আইন কি জানেন ?

হিট এণ্ড ৰান নতুন আইন

দেশজুৰি প্ৰতিবাদৰ জুই সৃষ্টী কৰা ভাৰতৰ হিট এণ্ড ৰান আইনৰ ফলত যোগান কমি যোৱাৰ আশংকাই দেখা দিছে। ভাৰতীয় ন্যায় সংহিতাৰ এই আইনে “দুৰ্ঘটনাৰ স্থান ত্যাগ কৰিলে 10 বছৰ পৰ্যন্ত কাৰাবাস আৰু 7 লাখ টকাৰ জৰিমনা বিহে”। পূৰ্বতে আই পি চিৰ 304 এ ধাৰাৰ অধীনত হিট এণ্ড ৰানৰ ঘটনাসমূহত সৰ্বাধিক দুবছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা আছিল। কঠোৰ শাস্তি আৰু ট্ৰাক চালকসকলে সন্মুখীন হোৱা গণ হিংসাৰ বিপদৰ বাবেই এই প্ৰত্যাহবানৰ সৃষ্টি হৈছে।

হিট এণ্ড ৰান নতুন আইন কি জানেন ?
হিট এণ্ড ৰান নতুন আইন কি জানেন ?

ভাৰতীয় ন্যায় সংহিতা (বি এন এছ) অনুসৰি, যিটো ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধিৰ প্ৰতিস্থাপন, যদি কোনো চালকে অসাৱধানভাৱে গাড়ী চলোৱাৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু তাৰ পাছত আৰক্ষী বা কোনো বিষয়াক অৱগত নকৰাকৈয়ে গাড়ী এৰি দিয়ে, তেওঁলোকক 10 বছৰৰ কাৰাদণ্ড আৰু 7 লাখ টকাৰ জৰিমনা বিহা হ’ব পাৰে।


One thought on “হিট এণ্ড ৰান নতুন আইন কি জানেন ?

Leave a Reply

Your email address will not be published. Required fields are marked *