Assamese Quotes :
Assamese Quotes
assamese caption for instagram :
মই স্বার্থপৰ বা অহংকাৰী নহয়,
মাথোঁ সেইবোৰ মানুহৰ
পৰা আঁতৰি থাকোঁ যাৰ ওচৰত
মোৰ কোনো মূল্য নাই।
সপোন যিমান ৰঙীন হয়
বাস্তৱ সিমানেই কঠিন হয়।
সঁচা কথা মনে মনে সহ্য
কৰি থাকিলে আপুনি ভাল,
কিন্তু সন্মুখত চিধা চিধি কৈ দিলে
আপোনাৰ সমান বেয়া কোনো নাই।
সম্পর্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি
দুয়োফালৰ পৰা সমানে থাকে,
তেন্তে পৃথিৱীৰ কোনো
সম্পর্কই ভাঙি নাযায়।
শৰীৰৰ সৌন্দৰ্য লৈ কেতিয়াও
গৌৰৱ নকৰিবা,
কাৰণ
শৰীৰটো তোমাৰ সৃষ্টি নহয়।
বংশকলৈ কেতিয়াও গৌৰৱ নকৰিবা,
কাৰণ
বংশ নির্বাচন কৰি তুমি জন্ম গ্রহণ কৰা নাই,
গৌৰৱ কৰা তোমাৰ উন্নতি
আৰু চৰিত্র লৈ,
যিটো তুমি নিজেই গঢ়িছা।
যিয়ে নিজৰ বেয়া সময় দেখিছে
তেওঁ কেতিয়াও আনৰ
বেয়া হোৱাটো নিবিচাৰে।
কোনো পুৰুষে যদি
কোনো নাৰীক সন্মান দিয়ে
তেন্তে বুজিবা যে সেই পুৰুষ কোনো
সন্মানীয় নাৰীৰ পুত্র।
কিয় জানেনে এজনী সভ্য মাকেহে
তেওঁৰ পুত্রক সভ্যতাৰ শিক্ষা দিয়ে।
কেতিয়াও কোনো বস্তুৰ অহংকাৰ
কৰা উচিত নহয়,
মনত ৰাখিবা ঈশ্বৰে যিটো দিব জানে
সেইটো কাঢ়ি নিবও জানে।
সপোন বোৰ নিজক লৈ দেখা উচিত
আনক লৈ নহয়,
কিয়নো এই পৃথিৱীৰ সম্পর্কৰ
কোনো ভৰষা নাই।
জীৱনত যিমানে আঘাত পাবা
সিমানে আপোন মানুহবোৰক চিনিব শিকিবা,
কোন আচলতে কেনেকুৱা
কোন তোমাৰ কিমান আপোন।
অবিশ্বাস্য হলেও সত্য
টকা অবিহনে পুৰুষৰ জীৱন,
আৰু
ৰূপ অবিহনে নাৰীৰ জীৱন
কষ্টকৰ।
কষ্টৰ পৰিমান যেতিয়া বাঢ়ি যায়
তেতিয়া মানুহে কান্দিব এৰি
মনে মনে থাকিবলৈ
শিকি যায়।
জন্মৰ পৰাই অভাৱ শব্দটোৰ
লগত ঘনিষ্ঠ সম্পর্ক আছে,
সেয়ে কেতিয়াও মানি নলওঁ
অভাৱে স্বভাৱ নষ্ট কৰে।
আপত্তি নাই, সুখ নকৰো
যি পাইছো তাতেই সুখী,
কোনোবাইতো এই খিনিও
পোৱা নাই।
We stumbled over here coming from a different page and thought I
might check things out. I like what I see so now i’m following you.
Look forward to going over your web page again.
I have been surfing online greater than three hours
as of late, yet I by no means discovered any interesting article
like yours. It is pretty worth enough for me. In my view, if all site owners and bloggers made
good content as you probably did, the net can be
a lot more helpful than ever before.