20 May, 2024

বৰষুণ ৰোমান্তিক প্ৰেমৰ কবিতা #1

বৰষুণ ৰোমান্তিক প্ৰেমৰ কবিতা বৰষুণ ক’লা ডাৱৰে আৱৰি  ধৰিছে আকাশখন, লাহে লাহে পৃথিৱী বুকুলৈ নামি আহিছে এজাক বৰষুণ। আৰু জীপাল কৰি পেলাইছে নৈ , খাল,

অসমীয়া কবিতা ৰোমান্টিক By Hertrust

অসমীয়া কবিতা ৰোমান্টিক তোমালৈ শব্দবোৰ স্থবিৰ হয় কেতিয়াবাভাষা বিচাৰি !নিৰৱ হৈ ৰও…বুজাব নোৱাৰিকিমান স্পৃহা তোমালৈ !কি কৰিবা…মনটোৱে যে অবুজন…! তৰাফুলীয়া সপোনতএছাটি জোনাক নামিছে,অভিমানৰ কলীয়া ডাৱৰনচটিয়াবাচোন…!জোনাক

ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা

ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা ৰোমান্টিকতাবাদ বা ৰমন্যাসবাদ (Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ