6 May, 2024

অসমীয়া ৰোমান্টিক কবিতাৰ লক্ষণ

অসমীয়া ৰোমান্টিক কবিতাৰ লক্ষণ হল: (১) প্রকৃতি-প্রীতি।(২) কল্পনা-প্রীতি।(৩) অতীত প্রীতি।(৪) প্ৰেম আৰু সৌন্দর্যপ্রীতি।(৫) আত্মমুক্তিৰ প্ৰচেষ্টা।(৬) ব্যক্তিসত্তাৰ প্ৰাধান্য।(৭) বিস্ময়পূর্ণ দৃষ্টি।৮) উদাৰ মনোভাৱ৷৯) প্ৰিয়াৰ ৰূপ দর্শন।(১০) বাস্তৱ

বৰষুণ ৰোমান্তিক প্ৰেমৰ কবিতা #1

বৰষুণ ৰোমান্তিক প্ৰেমৰ কবিতা বৰষুণ ক’লা ডাৱৰে আৱৰি  ধৰিছে আকাশখন, লাহে লাহে পৃথিৱী বুকুলৈ নামি আহিছে এজাক বৰষুণ। আৰু জীপাল কৰি পেলাইছে নৈ , খাল,

অসমীয়া কবিতা ৰোমান্টিক By Hertrust

অসমীয়া কবিতা ৰোমান্টিক তোমালৈ শব্দবোৰ স্থবিৰ হয় কেতিয়াবাভাষা বিচাৰি !নিৰৱ হৈ ৰও…বুজাব নোৱাৰিকিমান স্পৃহা তোমালৈ !কি কৰিবা…মনটোৱে যে অবুজন…! তৰাফুলীয়া সপোনতএছাটি জোনাক নামিছে,অভিমানৰ কলীয়া ডাৱৰনচটিয়াবাচোন…!জোনাক

অসমীয়া ৰোমান্টিক কবিতাৰ পটভূমি ৰ বিষয়ে আলোচনা কৰা

অসমীয়া ৰোমান্টিক কবিতাৰ পটভূমি প্রশ্ন: অসমীয়া ৰোমাণ্টিক কবিতাৰ পৃষ্ঠভূমি এটি প্রবন্ধ যুগুত কৰা । উত্তৰ: অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ ৰোমাণ্টিক কবিতা এটি উল্লেখনীয় বিষয় ।

ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা

ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা ৰোমান্টিকতাবাদ বা ৰমন্যাসবাদ (Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ

অসমীয়া ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য

ৰোমান্টিক কবিতা ৰোমান্টিকতাবাদৰ অৰ্থ ৰমন্যাসবাদ বা ৰোমান্টিকতাবাদ (ইংৰাজী: Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ হৈছিল। ইংৰাজী ভাষাৰ

অসমীয়া ৰোমাণ্টিক কবিতা : মোৰ সংগী

অসমীয়া ৰোমাণ্টিক কবিতা কবি: Manash Haloi মোৰ সংগী তুমি মোৰ সংগী হবানে? মই নাজানো তুমি মোৰ সংগী সচাঁকৈ হবানে নোহোৱা মই ভাবো তুমি মোৰ সংগী