অসমীয়া ৰোমাণ্টিক কবিতা
কবি: Manash Haloi
মোৰ সংগী
তুমি মোৰ সংগী হবানে?
মই নাজানো তুমি মোৰ সংগী
সচাঁকৈ হবানে নোহোৱা
মই ভাবো তুমি মোৰ সংগী
তোমাৰ ভাল লগা কথাবোৰ ও
আছিল মোৰ সংগী
ক’লা অন্ধকাৰৰ মাজত উৰি ফুৰা
জোনাকী পৰুৱাবোৰো আছিল মোৰ সংগী;
সৌ আকাশত মিচিকিয়াই হাঁহি থকা
তৰাবোৰো আছিল মোৰ সংগী ,
মই নাজানিছিলোঁ পৃথিৱীৰ
কোনো মোৰ সংগী নাছিল।
তোমাৰ ভাল লগা গানবোৰ
মোৰ সংগী আছিল ।
তোমাৰ হাঁহিও মোৰ
সংগী আছিল
কিন্তু মই নাজানিছিলোঁ
তোমাৰ সেই মনতো, মোৰ সংগী
আছিল নে নাছিল ।
Related Post:
- অসমীয়া প্ৰাৰ্থনা : কিমতে ভকতি
- অসমীয়া প্ৰাৰ্থনা : ব্ৰহ্মা আদি কৰি
- অসমীয়া প্ৰাৰ্থনা : মই দুৰাচাৰ কেৱল তোমাৰ
- অসমীয়া প্ৰাৰ্থনা : তুমি চিত্ত বৃত্তি মোৰ
- Mugdho Hiya Mur Lyrics : মুগ্ধ হিয়া মোৰ #1
Wow, this article is fastidious, my sister is analyzing these kinds
of things, thus I am going to let know her.