6 May, 2024

অসমীয়া কবিতা ৰোমান্টিক By Hertrust

অসমীয়া কবিতা ৰোমান্টিক তোমালৈ শব্দবোৰ স্থবিৰ হয় কেতিয়াবাভাষা বিচাৰি !নিৰৱ হৈ ৰও…বুজাব নোৱাৰিকিমান স্পৃহা তোমালৈ !কি কৰিবা…মনটোৱে যে অবুজন…! তৰাফুলীয়া সপোনতএছাটি জোনাক নামিছে,অভিমানৰ কলীয়া ডাৱৰনচটিয়াবাচোন…!জোনাক

অসমীয়া ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য

ৰোমান্টিক কবিতা ৰোমান্টিকতাবাদৰ অৰ্থ ৰমন্যাসবাদ বা ৰোমান্টিকতাবাদ (ইংৰাজী: Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ হৈছিল। ইংৰাজী ভাষাৰ

অসমীয়া ৰোমাণ্টিক কবিতা : মোৰ সংগী

অসমীয়া ৰোমাণ্টিক কবিতা কবি: Manash Haloi মোৰ সংগী তুমি মোৰ সংগী হবানে? মই নাজানো তুমি মোৰ সংগী সচাঁকৈ হবানে নোহোৱা মই ভাবো তুমি মোৰ সংগী