22 July, 2024

অসমীয়া ৰোমাণ্টিক কবিতা : মোৰ সংগী

অসমীয়া ৰোমাণ্টিক কবিতা কবি: Manash Haloi মোৰ সংগী তুমি মোৰ সংগী হবানে? মই নাজানো তুমি মোৰ সংগী সচাঁকৈ হবানে নোহোৱা মই ভাবো তুমি মোৰ সংগী