14 October, 2024
দৰ্খাস্ত লিখাৰ নিয়ম সম্পূৰ্ণ অসমীয়াত 2024

দৰ্খাস্ত লিখাৰ নিয়ম সম্পূৰ্ণ অসমীয়াত 2024

দৰ্খাস্ত লিখাৰ নিয়ম #1

Class 11 Assamese Question Answer Lesson 2 দৰ্খাস্ত লিখাৰ নিয়ম সম্পূৰ্ণ অসমীয়াত 2024

প্রতি,

মাননীয় প্রধান শিক্ষক মহোদয়,

(তোমাৰ বিদ্যালয়ৰ নাম)

তাৰিখ:- 11/01/2024

বিষয়:- ছুটি বিচাৰি আবেদন।

মহাশয়,
বিনীত নিবেদন এই যে মই যোৱা 08/01/24 তাৰিখৰ পৰা 11/01/24 তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলো । কিয়নো উক্ত দিন কেইটিত মই জ্বৰত – ভূগি আছিলো।

গতিকে দয়ালু মহোদয় উক্ত দিন কেইটিৰ বাবে ছুটি মঞ্জুৰ কৰি বাৰ্বিত কবে যেন। এই সে মহোদয়ৰ ওচৰত- মোৰ সৰল প্রার্থনা।


ইতি
আপোনাৰ একান্ত বাধ্য ছাত্র
নাম:-________________
শ্রেণী:-____________
ৰোল নং:-_______

সভাৰ কাৰ্যসূচী লিখাৰ নিয়ম 7টা আপুনি জানেনে?


দৰ্খাস্ত লিখাৰ নিয়ম #2


প্রতি

মাননীয় পৰিচালক মহোদয়,

(কাৰ্যালয়ৰ নাম:)

তাৰিখ:________________


বিষয়: চাকৰিৰ পৰা ছুটী বিচাৰি

মহাশয়,
সম্মান পূর্বক বিনীত নিবেদন এই যে মই অহা ইং 01/01/2024 তাৰিখৰ পৰা 04/02/2024 তাৰিবলৈকে মোৰ কৰ্মত উপস্থিত থাকিব নোৱাৰিম কাৰণ মই মোৰ দাদাৰ ছোৱালীৰ বিয়াত ব্যস্ত থাকিম,

গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত দিনকেইটাৰ বাবে ছুটী মঞ্জুৰ কৰি বাধিত কৰি দিয়ে যেন । এইয়ে মহোদয়ৰ ওচৰত মোৰ জনাবলগীয়া সৰল প্রার্থনা ।


ইতি

আপোনাৰ বিশ্বাসী

নাম:-________

ঠিকনা:-________

জাননী লিখাৰ নিয়ম কি, আপুনি জানেনে?


Follow Us On Fb

আৰু অধিক অসমীয়া দৰ্খাস্ত

4 thoughts on “দৰ্খাস্ত লিখাৰ নিয়ম সম্পূৰ্ণ অসমীয়াত 2024

Leave a Reply

Your email address will not be published. Required fields are marked *