মহৎ লোকৰ অমৃত বাণী
চুৰ কৰা মহাপাপ
– বুদ্ধদেৱ
সত্যৰ সদায় জয়
– মহাত্মা গান্ধী
Table of Contents
অহিংসা পৰম ধৰ্ম ।
– মহাত্মা গান্ধী।
শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷
– লজ
চৰিত্ৰ মানুহৰ আচল সম্পত্তি
– মাইলচ
সময় অমূল্য ধন ৷
– বেঞ্জামিন ফ্ৰেঙ্কলিন
শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ
– চক্রেটিজ
উপদেশতকৈ আৰ্হি ভাল ।
– হজৰত মহম্মদ
ভূল জনাতকৈ নজনাই ভাল ।
– শ্বেক্সপীয়েৰ।
নেতাৰ ভুলত দেশ ধ্বংস হয় ।
– ইন্দিৰা গান্ধী।
নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়
– ৰবীন্দ্ৰনাথ ঠাকুৰ।
কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷
– বেইলী।
উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷
– মেথিউ।
শিক্ষা হৈছে সঞ্জীৱনী অমৃত ।
– জাকিৰ হুচেইন।
মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে ।
– বুদ্ধদেৱ।
পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা ।
– যীশুখৃীষ্ট।
জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই ।
– যীশুখৃীষ্ট।
সুখ কাৰো চিৰকলীয়া নহয় ।
– কমলাকান্ত ভট্টাচাৰ্য্য।
দেশতকৈ মোমাই ডাঙৰ নহয়।
– লাচিত বৰফুকন।
জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷
– এমাৰছন।
বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ ।
– ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।
সুন্দৰৰ আৰাধনা জীৱনৰ খেল ।
– চন্দ্ৰ কুমাৰ আগৰৱালা।
নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ ।
– ভল্টেয়াৰ।
যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই ।
– মহাত্মা গান্ধী।
মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই ।
– মহাত্মা গান্ধী।
আনক কোৱাতকৈ নিজে কৰাটো ভাল
– ব্ৰাউন্ড ৰাছেল।
হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই ।
– হজৰত মহম্মদ।
ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট ।
– ৰুছো।
মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি ।
– মহাত্মা গান্ধী।
শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে ।
– হজৰত মহম্মদ।
নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে ।
– আব্ৰাহাম লিংকন।
যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।
– ডঃ বানীকান্ত কাকতি।
যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি ।
– প্লেটো।
আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম।
– স্বামী বিবেকানন্দ।
যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে ।
– ফ্ৰেংকলিন।
খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু ।
– মহাত্মা গান্ধী।
পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য।
– লক্ষ্মীনাথ বেজবৰুৱা।
ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান।
– কমলা কান্ত ভট্টাচার্য্য।
যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়।
– বাইৰণ।
অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় ।
– হেম বৰুৱা।
আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়।
– আনন্দ চন্দ্র আগৰৱালা।
অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব ।
– মহাবীৰ।
মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম ৷
– নেতাজী সুভাষ চন্দ্ৰ বসু।
এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল ।
– নেপলিয়ন।
শিক্ষাৰ ঘাই শিপা ডাল বৰ তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা।
– এৰিষ্টটল।
কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা ।
– বুদ্ধদেৱ।
বেদনাই হ’ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ ৷
– কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ।
অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ ।
– শংকৰদেৱ।
এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি।
– চেইন্ট টেৰেজা।
বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি ৷
– মাদাৰ টেৰেছা।
শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে ।
– মহাত্মা গান্ধী।
বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান ।
– হোমাৰ।
প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে ৷
– ৰবীন্দ্ৰনাথ ঠাকুৰ।
এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল ।
– হজৰত মহম্মদ।
কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা ।
– সৰ্বপল্লী ৰাধাকৃষ্ণণ।
One thought on “মহৎ লোকৰ অমৃত বাণী 50+”