অসমীয়া ভাষা মহৎ লোকৰ অমৃত বাণী 50+ by Sneha Shukla27 December, 202327 December, 2023 মহৎ লোকৰ অমৃত বাণী চুৰ কৰা মহাপাপ – বুদ্ধদেৱ সত্যৰ সদায় জয় – মহাত্মা গান্ধী Table of Contentsমহৎ লোকৰ অমৃত বাণী অহিংসা পৰম ধৰ্ম ।– মহাত্মা গান্ধী। শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷– লজ অসমীয়া সাঁথৰ আৰু উত্তৰ 2024 নতুন অসমীয়া সাথৰ : অসমীয়া সাঁথৰ Assamese Quiz For 2024 100+ চৰিত্ৰ মানুহৰ আচল সম্পত্তি – মাইলচ সময় অমূল্য ধন ৷ – বেঞ্জামিন ফ্ৰেঙ্কলিন শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ – চক্রেটিজ উপদেশতকৈ আৰ্হি ভাল । – হজৰত মহম্মদ ভূল জনাতকৈ নজনাই ভাল ।– শ্বেক্সপীয়েৰ। নেতাৰ ভুলত দেশ ধ্বংস হয় । – ইন্দিৰা গান্ধী। নিৰক্ষৰতা মানেই জ্ঞানহীন নহয় – ৰবীন্দ্ৰনাথ ঠাকুৰ। কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷ – বেইলী। উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷ – মেথিউ। শিক্ষা হৈছে সঞ্জীৱনী অমৃত । – জাকিৰ হুচেইন। মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । – বুদ্ধদেৱ। পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা । – যীশুখৃীষ্ট। জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই । – যীশুখৃীষ্ট। সুখ কাৰো চিৰকলীয়া নহয় । – কমলাকান্ত ভট্টাচাৰ্য্য। দেশতকৈ মোমাই ডাঙৰ নহয়। – লাচিত বৰফুকন। জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷ – এমাৰছন। বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ । – ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। সুন্দৰৰ আৰাধনা জীৱনৰ খেল । – চন্দ্ৰ কুমাৰ আগৰৱালা। নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ । – ভল্টেয়াৰ। যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই । – মহাত্মা গান্ধী। মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই । – মহাত্মা গান্ধী। আনক কোৱাতকৈ নিজে কৰাটো ভাল – ব্ৰাউন্ড ৰাছেল। হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই । – হজৰত মহম্মদ। ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট । – ৰুছো। মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি । – মহাত্মা গান্ধী। শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে । – হজৰত মহম্মদ। নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে । – আব্ৰাহাম লিংকন। যি মূলা বাঢ়ে তাৰ দুপাততে চিন । – ডঃ বানীকান্ত কাকতি। যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি । – প্লেটো। আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম। – স্বামী বিবেকানন্দ। যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে । – ফ্ৰেংকলিন। খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু । – মহাত্মা গান্ধী। পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য। – লক্ষ্মীনাথ বেজবৰুৱা। ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান। – কমলা কান্ত ভট্টাচার্য্য। যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়। – বাইৰণ। অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় । – হেম বৰুৱা। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়। – আনন্দ চন্দ্র আগৰৱালা। অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব । – মহাবীৰ। মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম ৷ – নেতাজী সুভাষ চন্দ্ৰ বসু। এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল । – নেপলিয়ন। শিক্ষাৰ ঘাই শিপা ডাল বৰ তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা। – এৰিষ্টটল। কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা । – বুদ্ধদেৱ। বেদনাই হ’ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ ৷ – কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ। অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ । – শংকৰদেৱ। এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি। – চেইন্ট টেৰেজা। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি ৷ – মাদাৰ টেৰেছা। শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে । – মহাত্মা গান্ধী। বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান । – হোমাৰ। প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে ৷ – ৰবীন্দ্ৰনাথ ঠাকুৰ। এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল । – হজৰত মহম্মদ। কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা । – সৰ্বপল্লী ৰাধাকৃষ্ণণ।
One thought on “মহৎ লোকৰ অমৃত বাণী 50+”