12 September, 2024
ৰোমান্টিক কবিতা

লাচিত বৰফুকনৰ মাকৰ নাম কি আছিল ?

লাচিত বৰফুকনৰ মাকৰ নাম কি আছিল ?

লাচিত বৰফুকনৰ মাকৰ নাম কি আছিল?

Table of Contents

লাচিত বৰফুকন আছিল আহোমৰ নৱমজন বৰফুকন (ফু-কন লুং)। লাচিত বৰফুকনৰ মাকৰ নাম আছিল নাগেশ্বৰী আইদেউ। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।

লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল ছেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল।

More Assamese Q&A

One thought on “লাচিত বৰফুকনৰ মাকৰ নাম কি আছিল ?

Leave a Reply

Your email address will not be published. Required fields are marked *