20 May, 2024
মুদ্রাস্ফীতি কি in Assamese

অসমৰ জাতীয় গছ কি ?

আপুনি জানেনে অসমৰ জাতীয় গছ কি?

অসমৰ জাতীয় গছৰ নাম হ’ল হোলোং গছ, হোলোং গছৰ বৈজ্ঞানিক নাম ডিপ্টেৰ’কাৰ্পাছ মেক্ৰ’কাৰ্পাছ (Dipterocarpus macrocarpus)। 

অসমৰ জাতীয় গছৰ নাম হ’ল হোলোং গছ, হোলোং  গছৰ বৈজ্ঞানিক নাম ডিপ্টেৰ’কাৰ্পাছ মেক্ৰ’কাৰ্পাছ  (Dipterocarpus macrocarpus)। 

দক্ষিণ -পূব এছিয়াৰ প্ৰায় সকলো দেশতে হোলোং গছ পোৱা যায়। এই গছ অসমৰ আটাইতকৈ ওখ গছ। অসমৰ প্ৰায়বোৰ অৰণ্যতে হোলোং গছ দেখিবলৈ পোৱা যায়।হোলোং গছ কাঠ, প্লাইউড , কাগজৰ মণ্ড আৰু এঙাৰ তৈয়াৰ কৰাত ব্যৱহাৰ হয়। হোলোং গছৰ পৰা পোৱা তেল জাতীয় পদাৰ্থ কাঠৰ আচবাব , দুৱাৰ আদি বাৰ্নিছ কৰাত ব্যৱহাৰ কৰা হয়। অসম চৰকাৰে ২০০৩ চনত হোলোং গছক ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *