23 January, 2025
লিংগ কাক বোলে?

লিংগ কাক বোলে?

Q: লিংগ কাক বোলে?

Ans: যি শব্দৰ ব্যৱহাৰৰ যোগেদি আমি পুৰুষ আৰু স্ত্ৰী জাতিক চিনাক্ত কৰিব পাৰে তাকেই লিংগ বোলে, লিংগ চাৰি প্ৰকাৰৰ। সেইয়া হ’ল-
১) পুংলিংগ ২) স্ত্রীলিংগ ৩) ক্লীৱলিংগ ৪) উভয়লিংগ

লিংগ কাক বোলে?

Subscribe To Our Youtube Channel:

One thought on “লিংগ কাক বোলে?

Leave a Reply

Your email address will not be published. Required fields are marked *