20 May, 2024
শব্দ বিভক্তি কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ?

শব্দ বিভক্তি কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ?

Q: শব্দ বিভক্তি কাক বোলে ?

Ans: মনৰ ভাব প্ৰকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্ৰাতিপদিকৰ পিছত কিছুমান চিন (বর্ণ বা বর্ণ সমষ্টি) যোগ কৰি পদ কৰা হয়। সেই চিনবোৰকেই শব্দ-বিভক্তি বোলে।


শব্দ বিভক্তি কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ?

Q: শব্দ বিভক্তি কেই প্ৰকাৰৰ আৰু কি কি ?

Ans: ক্ৰিয়াৰ লগত সংগতি ৰাখি শব্দ-বিভক্তি ৭টা ভাগত ভাগ কৰা হৈছে,

যথা:

  • প্রথমা বিভক্তি- এ (ই)
  • দ্বিতীয় বিভক্তি-ক,
  • তৃতীয় বিভক্তি-এৰে, এদি, (দ্বাৰা, দ্বাৰাই),
  • চতুর্থী বিভক্তি – লৈ,
  • পঞ্চমী বিভক্তি-ৰ (পৰা),
  • ষষ্ঠী বিভক্তি-ৰ,
  • সপ্তমী বিভক্তি- ত, এ (পদত পুৰণি অসমীয়াত)।

3 thoughts on “শব্দ বিভক্তি কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ?

Leave a Reply

Your email address will not be published. Required fields are marked *