অসমীয়া ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য
ৰোমান্টিক কবিতা ৰোমান্টিকতাবাদৰ অৰ্থ ৰমন্যাসবাদ বা ৰোমান্টিকতাবাদ (ইংৰাজী: Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ হৈছিল। ইংৰাজী ভাষাৰ …