অসমীয়া ৰোমান্টিক কবিতাৰ পটভূমি ৰ বিষয়ে আলোচনা কৰা
অসমীয়া ৰোমান্টিক কবিতাৰ পটভূমি প্রশ্ন: অসমীয়া ৰোমাণ্টিক কবিতাৰ পৃষ্ঠভূমি এটি প্রবন্ধ যুগুত কৰা । উত্তৰ: অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ ৰোমাণ্টিক কবিতা এটি উল্লেখনীয় বিষয় । …
অসমীয়া ৰোমান্টিক কবিতাৰ পটভূমি প্রশ্ন: অসমীয়া ৰোমাণ্টিক কবিতাৰ পৃষ্ঠভূমি এটি প্রবন্ধ যুগুত কৰা । উত্তৰ: অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ ৰোমাণ্টিক কবিতা এটি উল্লেখনীয় বিষয় । …
ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা ৰোমান্টিকতাবাদ বা ৰমন্যাসবাদ (Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ …
মোৰ দেশ হীৰেন ভট্টচাৰ্য্য[প্ৰকাশ: ৪ জুলাই, ২০১৬] মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ।মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচেশইচ-সোণোৱালী ভৱিষ্যতৰ …
অসমীয়া চুটি কবিতা নিলোৎপল নেওগ সাতুৰি নাদুৰি অতিক্ৰম কৰিছোজীৱনৰ বৰ লুইতখন;নাজানো ,কিমান গভীৰ এই জীৱন সমূদ্ৰ ।কেতিয়াবা নিৰুত্তৰ হৈ ৰওএকোটা প্ৰশ্নবাণত,স্থবিৰ হৈ পৰে মোৰ ভাৱনাৰ …
প্ৰকৃত অসমীয়া ভাষাৰ নিদৰ্শন চতুৰ্দশ শতিকাত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’হে পোৱা যায়। কিন্তু তাৰ অৰ্থ এইটো নহয় যে, ইয়াৰ আগৰ পৰ্যায়ত অসমীয়া ভাষাত কোনো …
আধুনিকতাৰ ধাৰণা সদায়ে গতিশীল। নতুন যুগৰ চিন্তা আৰু চেতনা যি সাহিত্যত প্ৰতিবিম্বিত হৈ উঠে সেই সাহিত্যক সাধাৰণ অৰ্থত আধুনিক বুলি ক’ব পাৰি। কিন্তু ঠাই বিশেষে …
ৰোমান্টিক কবিতা ৰোমান্টিকতাবাদৰ অৰ্থ ৰমন্যাসবাদ বা ৰোমান্টিকতাবাদ (ইংৰাজী: Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ হৈছিল। ইংৰাজী ভাষাৰ …
ককা নীলমণি ফুকনৰ কবিতা নীলমণি ফুকন ( ১০ ছেপ্টেম্বৰ, ১৯৩৩ — ১৯ জানুৱাৰী, ২০২৩) অসমীয়া ভাষাৰ এজন কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী …
অসমীয়া ৰোমাণ্টিক কবিতা কবি: Manash Haloi মোৰ সংগী তুমি মোৰ সংগী হবানে? মই নাজানো তুমি মোৰ সংগী সচাঁকৈ হবানে নোহোৱা মই ভাবো তুমি মোৰ সংগী …