আকাশত চাং পতা বাক্য ৰচনা হৈছে অসমীয়া জতুৱা ঠাঁচ, যিটোৰ অসমীয়া অৰ্থ হৈছে ক্ৰি, খুঁটা নোহোৱকৈ চাং পতা, অথবা মূল সঁজুলি নোহোৱাকৈ কোনো বিষয়ৰ আলোচনা কৰা।
Which English Meaning is to form an utopian scheme.
Table of Contents
জতুৱা ঠাঁচ অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হ’লে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom।
উদাহৰণ স্বৰূপে:
- অৱস্থা চাই ব্যৱস্থা : চাই চিতি উপায় কৰা।
- অকঁৰা মৈত উঠা : মিছাতে কোনো কামত ধৰি এৰিব নোখোজা।
- অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ।
- আঁঠু কাঢ় : আঁঠুৰে বুল।
- আঁঠু ল : মাটিত আঁঠু লগাই সেৱা কৰ।
- আভুৱা ভৰা : মিচা কথা কৈ দায় সৰা।
- আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা।
- আলাসৰ লাড়ু : অতি মৰমৰ।
আকাশত চাং পতা মানে কি?
আকাশত চাং পতা মানে হৈছে অলিক কল্পনা কৰা বা খুঁটা নোহোৱকৈ চাং পতা অৱস্থা নতুবা মূল সঁজুলি নোহোৱাকৈ কোনো বিষয়ৰ আলোচনা কৰা।
আকাশত চাং পতা বাক্য ৰচনা:
আকাশত চাং পতা[অলিক কল্পনা কৰা] : আকাশত চাং পতা মানুহে জীৱনত সফল হ’ব নোৱাৰে |
অসমীয়া ব্যাকৰণ:
অসমীয়া ৰচনা:
অসমীয়া প্ৰশ্ন আৰু উত্তৰ:
- কবিতা আবৃত্তি কৰাৰ 10টা নিয়ম
- সভ্যতা আৰু সংস্কৃতি পার্থক্য : Culture And Civilisation
- লোক সংস্কৃতি বুলিলে কি বুজা ? – লোক সংস্কৃতি
- অসমীয়া গহনাৰ নাম আৰু অসমীয়া অলংকাৰৰ চমু বিৱৰণ
2 thoughts on “আকাশত চাং পতা বাক্য ৰচনা কৰা 100% correct”