প্ৰশ্ন : কথা কবিতা বুলিলে কি বুজা?
উত্তৰ: কথা কবিতা হৈছে ঊনৈশ শতিকাত জন্ম লাভ কৰা সৃষ্টিশীল লেখনিৰ এক প্ৰকাৰ, কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, ঘাইকৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাই হ’ল কথা কবিতা।
কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা ?
কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-
১) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে৷
২) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে৷
কথা কবিতাৰ জনক কোন?
উত্তৰঃ কবি যতীন্দ্রনাথ দুৱৰা কথা কবিতাৰ জনক,
2 thoughts on “কথা কবিতা বুলিলে কি বুজা?”