সৰল বাক্য কাক বোলে?
এটা সৰল বাক্য হ’ল দৈনন্দিন সংঘটিত কাৰ্য্য, তথ্য, আৰু বহুতো বিষয়ৰ ওপৰত কৰা এটা সহজ বক্তব্য। সৰল বাক্যৰ সংজ্ঞা হ’ল যি বাক্যত এটা কর্তা আৰু এটা ক্রিয়া থকে তেনে বাক্য ক সৰল বাক্য বােলে।
Table of Contents
সৰল বাক্যৰ উদাহৰণ দিয়া:
- ৰামে ক্রিকেট খেলে,
- মই ভাত খাওঁ,
- ৰামে কিতাপ পঢ়ি আছে,
- কবিতাই ছবি আঁকিছে,
- আমি সময়মতে পঢ়ো,
- সিহঁতে বল খেলিছে, ইত্যাদি…..
কিছুমান উদাহৰণ কমেণ্টত দিয়া:
3 responses to “সৰল বাক্য কাক বোলে?”
-
[…] সৰল বাক্য কাক বোলে? – Hertrust.in […]
-
[…] সৰল বাক্য কাক বোলে? […]
-
[…] সৰল বাক্য কাক বোলে? […]
সৰল বাক্যলৈ নিয়া:
- আমি যেতিয়া খেলোঁ, সি তেতিয়া পঢ়ে।
উত্তৰ : আমি পঢ়াৰ সময়ত সি খেলে। - মই যেতিয়া খাওঁ, তাই তেতিয়া আহে।
উত্তৰ : মই খোৱা সময়ত তাই আহে। - যি ছাত্ৰই শিক্ষকক সন্মান নকৰে, তাৰ শিক্ষা বৃথা।
উত্তৰ : শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষা বৃথা। - পানী যেতিয়া গোট মাৰে, তেতিয়া বৰফ হয়।
উত্তৰ : পানী গোট মাৰিলে বৰফ হয়।
তলৰ প্ৰশ্নৰ উত্তৰ দিয়া:
- মই যেতিয়া পঢ়ো, সি তেতিয়া খেলে,
- ল’ৰাটোৱে ভাত খালে আৰু স্কুললৈ গ’ল,
Leave a Reply