20 May, 2024
আহোমৰ প্ৰথম ৰজা কোন আছিল ?

আহোমৰ প্ৰথম ৰজা কোন আছিল ?

Q: আহোমৰ প্ৰথম ৰজা কোন আছিল?

Ans: আহোমৰ প্ৰথম ৰজা আছিল চাওলুং চুকাফা, মং মাও ৰ শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত শিৱসাগৰ জিলাৰ চৰাইদেউতত স্থায়ীকৈ ৰাজধানী পাতে৷

চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬০০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে৷ এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে,
সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকফাৰ অৱদান সৰ্বস্ব৷ এনে কাৰণতে তেওঁৰ নামৰ আগত চাওলুং (চাও: ঈশ্বৰ , লুং: মহান) ব্যৱহাৰ হ’বলৈ ধৰে,


Leave a Reply

Your email address will not be published. Required fields are marked *