20 May, 2024
মুদ্রাস্ফীতি কি in Assamese

মুদ্রাস্ফীতি কি ? in Assamese

Q: মুদ্রাস্ফীতি কি ?

Ans: অৰ্থনীতিত মুদ্ৰাস্ফীতি (inflation) বুলি ক’লে একেলেথাৰিয়ে সামগ্ৰী আৰু সেৱাৰ সাধাৰণ মুল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্ৰাস্ফীতি হ’লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমি যায়; ইয়াৰ ফলস্বৰূপে, প্ৰতি মুদ্ৰাৰ এককৰ বিনিময়ত ক্ৰয় ক্ষমতা (purchasing power) হ্ৰাস পায়।

মুদ্রাস্ফীতি কি ? in Assamese

More:

Leave a Reply

Your email address will not be published. Required fields are marked *